সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

স্বাস্হ্য

কোভিডৰ ঠিকা আৰু কলকাতাৰ কোম্পেনীৰ মাজত কি সম্পৰ্ক আছে?

কোভিডৰ ঠিকা আৰু কলকাতাৰ কোম্পেনীৰ মাজত আছে এক বিশেষ সম্পৰ্ক ৷ কলকাতাৰ কোন স্থানৰ পৰা ধন বিনিয়োগ হয় অসমত ? এতিয়া কি চলি আছে তাত ? চাওক এই বিশেষ প্ৰতিবেদন- COVID FILES (PART-2) প্ৰতিবেদন-৪ https://youtu.be/vRMzX7F5NUg

জনসংযোগ কেলেংকাৰিত অভিযুক্তক কিয় পি পি ই কীটৰ ঠিকা ?

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পূৰ্বৰ ব্যৱসায়িক সহযোগীক ৪০৮ টকা অধিক দৰত পি পি ই কীটৰ ঠিকা ৷ চাওক কোভিড কালৰ অন এক ক’লা অধ্যায় ৷ চাওক – COVID FILES(PART-2) প্ৰতিবেদন-৩ https://youtu.be/Hm-KNlMOOpQ

ক’ভিডকালীন সময়ত ব্লু ডাৰ্টৰ সমুখত মুখ্যমন্ত্ৰীয়ে তোলা ফটো পাবলিচিটি ষ্টান্তহে আছিল নেকি?

ক'ভিডকালীন সময়ত ব্লু ডাৰ্টৰ সমুখত মুখ্যমন্ত্ৰীয়ে তোলা ফটো পাবলিচিটি ষ্টান্তহে আছিল নেকি? https://youtu.be/AA9Xh-GbTXk

কোভিডৰ ভয়াৱহ সময়ত পিপিই কিটক লৈ আপোনাৰ পত্নীয়ে যি হেতালি খেলিলে তাৰ শাস্তি কি হ’ব?

কোভিডৰ ভয়াৱহ সময়ত পিপিই কিটক লৈ আপোনাৰ পত্নীয়ে যি হেতালি খেলিলে তাৰ শাস্তি কি হ’ব? আপোনাৰ পত্নীক অধিক দৰদত পিপিই কিটৰ ঠিকা দিয়াটো কোভিডৰ নামত কেলেংকাৰি বুলি কিয় নকম? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক প্ৰশ্ন ৰাইজৰ দলৰ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য…

‘পিপিই কিট বিক্ৰী কৰা নাছিল ৰিনিকি ভূঞা শর্মাই, দানহে দিছিল৷’

‘পিপিই কিট বিক্ৰী কৰা নাছিল ৰিনিকি ভূঞা শর্মাই,দানহে দিছিল৷’ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ প্ৰতিবেদনৰ ওপৰত হিমন্ত বিশ্ব শর্মা আৰু পত্নীয়ে দিয়া ভাষ্য কিয় অযুক্তিকৰ আৰু অগ্ৰহণযোগ্য? https://youtu.be/5CayAQtIsF8

মুখ্যমন্ত্ৰীৰ ঘণিষ্ঠ ধানুকাই ১৮ টকাৰ চেনিটাইজাৰ যোগান ধৰিলে ১০০ টকাত

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সম্পৰ্ক থকা এগৰাকী ব্যৱসায়ী ঘনশ্যাম ধানুকা ৷ এই ধানুকাক দিয়া হৈছিল ৪৩১ শতাংশ অধিক দৰত চেনিটাইজাৰ যোগানৰ ঠিকা ৷ ১৮ টকাৰ চেনিটাইজাৰ ধানুকাই যোগান ধৰিলে ১০০ টকাত ৷ চাওক দ্য ৱায়াৰ আৰু দ্য ক্ৰছকাৰেন্টৰ বিশেষ…

আকৌ আহিছে কোভিড : পাঁচ ৰাজ্যত সতৰ্কতা

চীন আৰু আমেৰিকাত কোভিডৰ সংক্ৰমণ বৃদ্ধিৰ লগে লগে ভাৰতেও পাঁচখন ৰাজ্যৰ বাবে সতৰ্কতামূলক জাননী জাৰি কৰিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে দিল্লী , হাৰিয়ানা , মহাৰাষ্ট্ৰ , কেৰালা আৰু মিজোৰাম চৰকাৰলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে ৷ এই…

আকৌ আহিছে ছোৱাইন ফিভাৰ

ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গাহৰি আৰু গাহৰি মাংসৰ আমদানি নিষিদ্ধ কৰিছে মিজোৰাম চৰকাৰে ৷ এক চৰকাৰী বিবৃতিত কোৱা হয় যে পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বহি:ৰাজ্যৰ পৰা জীৱিত গাহৰি বা গাহৰি মাংসৰ আমদানি নিষিদ্ধ কৰা হৈছে ৷ গাহৰি পালন কৰা…