Investigative reporting with dedication.

পুনৰ ৰঙাঘৰৰ আলহী হ’ল চৰকাৰী বিষয়া।
চৰাইদেউৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ মুখ্য গাণনিক বিষয়া অমৃত গগৈক ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ।
সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চৰকাৰী বিষয়া অমৃত গগৈক।
চাকৰিৰ প্ৰলোভনেৰে বিভিন্নজনৰ পৰা লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ অভিযুক্তই গগৈৰ বিৰুদ্ধে।




