শ্ৰেণী স্বাস্হ্য

ভেকচিন ল’বলৈ আধাৰ কাৰ্ড ব্যৱহাৰ কৰিছিল নেকিঃ যদি কৰিছে তেন্তে সহজে পাব Health ID

যদি আপুনি ক’ভিড ভেকছিন গ্ৰহণ কৰিবলৈ আধাৰ কাৰ্ডখন Identification Document হিচাপে ব্যৱহাৰ কৰিছে তেন্তে আপোনাক ইতিমধ্যেই ডিজিটেল Health ID এটাৰ সৈতে সংযুক্ত কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সপ্তাহৰ আৰম্ভণিতে আয়ুষ্মান ভাৰত ডিজিটেল মিছন (এবিডিএম) দেশজুৰি আৰম্ভ কৰাৰ কথা…

আজিৰে পৰা আৰম্ভ হ’ব ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিচন(NDHM)

🔴 আজি প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিব ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিচনৰ 🔴 ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি মিচনৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে 🔴 আয়ুষ্মান ভাৰত জন আৰোগ্য যোজনাৰ তৃতীয় বৰ্ষপূৰ্তিৰ সৈতে আৰম্ভ কৰা হব এই মিচন 🔴 এই মিচনৰ প্ৰধান উদ্দেশ্য…

ভাৰতত উৎপাদিত ভেকচিন গ্ৰহণ কৰিলে যাব নোৱাৰিব ব্ৰিটেইনঃ কিন্তু কিয়?

ব্ৰিটেইনৰ ভ্ৰমণৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হব ভাৰতীয় নাগৰিক। বিট্ৰেইনৰ নতুন ভ্ৰমণ নিয়মে ভাৰতৰ ভেকছিন গ্ৰহণ কৰা লোকৰ বিট্ৰেইন ভ্ৰমণত বাধাৰ সৃষ্টি কৰিব পাৰে। দৰাচলতে এই নতুন নিয়মে ভাৰতৰ ভেকছিন গ্ৰহণ কৰা লোকসকলক টিকাকৰণ নকৰা বুলি গণ্য কৰিব। ইয়াৰ অৰ্থ হৈছে…

ক’ভিডৰ আতংকৰ মাজতে দেশত ডেংগুৰ সন্ত্ৰাসঃ কেন্দ্ৰৰ সতৰ্কবাণী

দেশত ক’ভিডে ধ্বংসলীলা চলাই থকাৰ মাজতে আৰম্ভ হৈছে ডেংগুৰ সন্ত্ৰাস। দেশৰ বহু কেইখন ৰাজ্যত ডেংগুয়ে লৈছে ভয়ংকৰ ৰূপ। ডেংগুৰ সন্ত্ৰাসৰ বাবে এতিয়া উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কেৰেলা, উৰিষ্যাকে ধৰি দেশৰ ১১ খন ৰাজ্যলৈ সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে।…

দেশত ত্ৰাস সৃষ্টি কৰা কি এই ভাইৰেল জ্বৰ? আক্ৰান্ত হ’ব পাৰে নেকি আপোনাৰ সন্তান?

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ভাইৰেল জ্বৰত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত কেইদিনমানত উত্তৰ প্ৰদেশ-বিহাৰ আৰু মধ্য প্ৰদেশত ডেংগু আৰু ভাইৰেল জ্বৰৰ ঘটনা ভয়ানক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে। চিন্তাৰ বিষয় এইটোৱেই ৰোগীসকলৰ ভিতৰত অধিক সংখ্যকেই হৈছে শিশু। উত্তৰ প্ৰদেশ, বিহাৰ আৰু মধ্য…

ক’ৰোনাৰ নতুন ৰূপ , কাম নিদিব ভেকচিনে : হুৰ আশংকা

ক’ৰোনা ভাইৰাছৰ এটা নতুন ৰূপে চিন্তাত পেলাইছে বিশ্ব স্বাস্থ্য সংস্থাক ৷ কলম্বিয়াৰ কোভিড ৰোগীৰ দেহত ধৰা পৰা নতুন ৰূপৰ ক’ৰোনা ভাইৰাছবিধৰ নাম দিয়া হৈছে ‘মু’ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ আশংকা – নতুন ৰূপৰ এই ভাইৰাছে ভেকচিনৰ কাৰ্যকৰীতাও হ্ৰাস কৰিব ৷…

ভেকচিনৰ ক্ষেত্ৰত কি ৰেকৰ্ড গঢ়িলে ইন্দোৰে?

সকলো যোগ্য হিতাধিকাৰীক প্ৰথম পালি ভেকচিন প্ৰদান কৰা দেশৰ ভিতৰতে প্ৰথম জিলা হিচাপে পৰিগণিত হ’ল ইন্দোৰ। ইন্দোৰত ১৩ আগষ্টৰ ভিতৰত ইয়াৰ জনসংখ্যাৰ ১০০% লোকৰ কোভিড-১৯ টিকাকৰণ সম্পূৰ্ণ কৰা হৈছে। ইন্দোৰৰ ১৮.৮১ লাখ জনসংখ্যাৰ বিপৰীতে মুঠ ১৮.৮২ লাখ পালি ভেকচিন অনুমোদন…

উত্তৰ প্ৰদেশত জ্বৰৰ আতংকঃ এসপ্তাহত ৪০ টা শিশুসহ ৬৮ জনৰ মৃত্যু

কৰোনাৰ দ্বিতীয় ঢৌৰ বিভীষিকা আৰু তৃতীয় ঢৌৰ আশংকাৰ মাজতে ৰহস্যজনকভাৱে পশ্চিম উত্তৰ প্ৰদেশৰ কোনো কোনো অঞ্চলত জ্বৰে আতংকৰ সৃষ্টি কৰিছে। বিগত এসপ্তাহত জ্বৰত ৬৮ জনকৈ দুৰ্ভগীয়া লোকে প্ৰাণ হেৰুৱাইছে। মৃতসকলৰ ভিতৰত আছে ৪০ টা শিশু। এই ৰহস্যজনক জ্বৰৰ লক্ষণবোৰৰ ভিতৰত…

১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বলবৎ হব পাৰে নতুন SOP

পহিলা ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বলবৎ হব নতুন SOP। সন্ধিয়া ৮ বজালৈ সান্ধ আইনৰ সময়সীমা বৃদ্ধি কৰাৰ সম্ভাৱনা। ৭ বজালৈকে খোলা ৰাখিব পাৰিব ব্যৱসা়িক প্ৰতিষ্ঠান। নৈশ বাছ সেৱাও আৰম্ভ কৰাৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ। কিন্তু ৮ বজাৰ লগে লগেই বন্ধ কৰিব লাগিব…

অক্টোবৰৰ পৰা দেশৰ ১২-১৭ বছৰ বয়সৰ শিশুৰ বাবে উপলব্ধ হ’ব ক’ভিড ভেকচিন

দেশত আসন্ন তৃতীয় ঢৌ।কিন্তু তাৰ মাজতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আহিছে এটা সুখবৰ। অক্টোবৰৰ পৰা দেশৰ ১২ৰ পৰা ১৭ বছৰ বয়সৰ শিশুৰ বাবে উপলব্ধ হব ক’ভিড ভেকচিন। অৱশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সিদ্ধান্ত অনুসৰিহে কাক প্ৰথমে অগ্ৰাধিকাৰৰ ভিত্তিত টিকাকৰণ কৰা হ’ব সেয়া…