Browsing Category
সবিশেষ
তালিবানৰ দখললৈ আফগানিস্তান : ভাৰতৰ ২২ হাজাৰ কৌটিৰ বিনিয়োগ অথলে যাব নেকি ?
আগগানিস্তানৰ ক্ষমতা তালিবানৰ হাতলৈ যোৱাটো নিশ্চিত হৈছে ৷ দেওবাৰে তালিবানে দেশখনৰ ৰাজধানী চহৰ কাবুল দখল কৰিছে ৷ ইতিমধ্যে পদত্যাগ কৰিছে দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷ সমগ্ৰ চহৰজুৰি স্পষ্ট হৈ পৰিছে ক্ষমতা হস্তান্তৰৰ পৰিৱেশ ৷ ইছলামিক…
চান্দা সংগ্ৰহত কোন ৰাজনৈতিক দল প্ৰথম , কোন দ্বিতীয় ?
একো একোটা বছৰত ৰাজনৈতিক দলসমূহে কিমান পৰিমাণৰ চান্দা সংগ্ৰহ কৰে আপুনি জানেনে?কোন কেইজন ব্যক্তি অথবা প্ৰতিষ্ঠানে সর্বাধিক চান্দা প্ৰদান কৰে আপোনাৰ ধাৰণা আছেনে?শেহতীয়াকৈ ‘এচ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফ’র্মচে’ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে তোলা…
কিমান আগবাঢ়িছে মোদী বিৰোধী শক্তি গঠনৰ কুচকাৱাজ ?
বিজেপি বিৰোধী এক ঐক্যবদ্ধ মঞ্চ গঠনৰ বাবে বিৰোধী শিবিৰত তৎপৰতা আৰম্ভ হৈছে ৷শিবিৰে শিবিৰে অব্যাহত আছে আলোচনা – পৰ্যালোচনা -পৰিকল্পনা। ২০২৪ ত বিৰোধী ঐক্যবদ্ধ শক্তিৰ এক উমৈহতীয়া মঞ্চ গঠনক লৈও চৰ্চা চলিছে ।কিন্তু কোন কোন চামিল হ’ব এই উমৈহতীয়া…
কেনেকৈ ৰাজ কুন্দ্ৰাই প্ৰচাৰ কৰে অশ্লীল চিনেমা ?
ৰাজ কুন্দ্ৰা ৷ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৷ লগতে এগৰাকী সফল ব্যৱসায়ী ৷ আই পি এলতো অংশীদাৰীত্ব আছে ৰাজ কুন্দ্ৰাৰ ৷ সাধাৰণ ৰেষ্টুৰেণ্টৰ ব্যৱসায়ৰ পৰা কেৰিয়াৰ আৰম্ভ কৰি আজি ৰাজ কুন্দ্ৰা আজি এজন আৰৱপতি ৷ কিন্তু ৰাজ কুন্দ্ৰাই টকা ঘটে কেনেকৈ…
পেগাছাছক লৈ হিমন্ত বিশ্ব শৰ্মাই যি কথা নক’লে ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক’লে ?
ইজৰাইলী স্পাইৱেৰ পেগাছাছৰ ব্যৱহাৰক লৈ উত্তাল দেশৰ ৰাজনীতি ৷ সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধীয়ে নিৰন্তৰ উত্থাপণ কৰিছে এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী ৷ এই দাবীৰে বিগত দুদিন ধৰি সংসদ উত্তাল হৈ…
এক লিটাৰ পেট্ৰ’লত আপুনি কিমান কৰ দিয়ে ?
পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে এতিয়া মাধমাৰ শোধাইছে দেশৰ জনতাক। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ইমান তীব্ৰ গতিত বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। ইন্ধনৰ মূল্যক কেন্দ্ৰ কৰি প্ৰতিবাদো হৈছে, কিন্তু তাৰ পিছতো চৰকাৰে হ্ৰাস কৰিব পৰা নাই…
PEGASUS : বিগব্ৰাডাৰে চাই আছে নেকি আপোনাকো ?
জৰ্জ অৰৱেলৰ বিখ্যাত উপন্যাস “নাইনটিন এইট্টি ফ’ৰ " ত আছে এটি বিখ্যাত চৰিত্ৰ ৷ বিগ ব্ৰাডাৰ হিচাপে পৰিচিত এই চৰিত্ৰটোৱে প্ৰতিমুহূৰ্ততে নাগৰিকসকলৰ ওপৰত নজৰ ৰাখে ৷ সাম্প্ৰতিক ভাৰতবৰ্ষতো আবিৰ্ভাব হৈছে এনে এজন অজ্ঞাত বিগব্ৰাডাৰৰ ৷ যিয়ে বচা বচা…
PEGASUS : ৰাহুল গান্ধী , প্ৰশান্ত কিশোৰৰ ফোন কেনেদৰে ৰখা হৈছিল চোৰাংচোৱাৰ নজৰত ?
এটা সৰু সামান্য ছফটৱেৰ ৷ কিন্তু অপোনাৰ ফোনত এবাৰ এই ছফটৱেৰ প্ৰৱেশ কৰাৰ পাছত আপোনাৰ ফোন চোৰাংচোৱাৰ নজৰত বন্দী হৈ পৰে ৷ আপুনি ক’লৈ গৈছে , কাৰ লগত কথা পাতিছে , কি মেছেজ কৰিছে , আপোনাৰ ফোনৰ পৰা কিমান ধনৰ লেনদেন হৈছে –সকলো লাইভ টেলিকাষ্টৰ দৰে আন…
গো-মুত্ৰক লৈ কৰা মন্তব্যৰ বাবে NSA ত গ্ৰেপ্তাৰ : উচ্চতম ন্যায়ালয়ে দিলে জামিন
দেশৰ উচ্চতম ন্যায়ালয়ে মণিপুৰৰ ৰাজনৈতিক কৰ্মী এৰিন্দ্ৰো লেইচোমবামৰ জামিন আবেদন মঞ্জুৰ কৰিছে ৷ ৰাজনৈতিক কৰ্মী এৰিন্দ্ৰো লেইচোমবাম আৰু সাংবাদিক কিশোৰচন্দ্ৰই যোৱা মে’ মাহত গো – মুত্ৰ আৰু গোবৰক লৈ ফেচবুকত কৰা মন্তব্যৰ বাবে তেওলোকক গ্ৰেপ্তাৰ…
আফগানিস্থানত পানীত পৰিব নেকি ভাৰতৰ ২২ হাজাৰ কৌটি ?
আফগানিস্থানত পুণৰ সক্ৰিয় হৈছে তালিবান ৷ আফগান সেনাৰ সৈতে আৰম্ভ হৈছে মুখামুখি সংঘৰ্ষ ৷ ইয়াৰ লগে লগে ভাৰতৰো দু:শ্চিন্তা বৃদ্ধি পাইছে ৷ কিয়নো দেশখনত ভাৰতৰ বিনিয়োগৰ পৰিমান ৩ বিলিয়ন ডলাৰৰো অধিক ৷