সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

শীৰ্ষ সংবাদ

ইটালী বনাম ইংলেণ্ড -১

জুৰি বৰুৱাৰ কলমত- মুছোলিনি আৰু মাৰ্ক’ প’ল’ৰ দেশ ইটালী ৷ বেনিট’ মুছোলিনি আছিল বিংশ শতিকাৰ ইউৰোপৰ প্ৰথমজন একনায়কত্ববাদী শাসক ৷ ফেচিষ্ট ৰাজনীতিৰ ইতিহাসত কোনে পাহৰিব পাৰে মুছোলিনিক! আনহাতে মাৰ্ক’ প’ল’ আছিল এজন সদাগৰ যি এছিয়াৰ চিল্ক ৰোড হৈ…

গামোচা , পিঠা- লাৰু , টেট পৰীক্ষা সন্দৰ্ভত অসম চৰকাৰে কি সিদ্ধান্ত ল’লে ?

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় অষ্টমসংখ্যক  কেবিনেট বৈঠক ৷ এই বৈঠকত গামোচা , পিঠা - লাৰুৰ পৰা আৰম্ভ কৰি টেট পৰীক্ষালৈ কেবাটাও গুৰুত্বপূৰ্ণ  সিদ্ধান্ত লোৱা হয় ৷ আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা…

পুৱাই কঁপিল অসম ৷অভিকেন্দ্ৰ ক’ত ?

বুধবাৰে পুৱাই এক মৃদু ভূমিকম্পত কঁপি উঠিল সমগ্ৰ অসম আৰু মেঘালয় ৷ ৰিখটাৰ স্কেলত ৫.২ প্ৰাবল্যৰ এই ভূমিকম্পৰ কম্পন অনুভূত হয় পুৱা ৮.৪৫ বজাত ৷ এই ভূমিকম্পৰ অভিকেন্দ্ৰ অসমৰ গোৱালপাৰা জিলা ৷ প্ৰাপ্ত বাতৰি অনুসৰি , অসম- মেঘালয়ৰ লগতে পশ্চিমবংগৰ…

৪৮ ঘন্টাৰ ভিতৰত মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ৷ তালিকাত কোন কোন ?

বহু চৰ্চা , জল্পনা – কল্পনাৰ পাছত অৱশেষত আহি পাইছে সেই গুৰুত্বপূৰ্ণ মুহূৰ্তটো ৷ অহা ৪৮ ঘন্টাৰ ভিতৰত নৰেন্দ্ৰ মোদী কেবিনেটৰ সম্প্ৰসাৰণ কৰা হ’ব ৷ ৰাজধানী দিল্লীত এই মুহূৰ্তত আটাইতকৈ সৰৱ চৰ্চা চলিছে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ ৷ কোন…