দেশত এতিয়ালৈকে ক’ৰোনাৰ অমিক্ৰ’ণ ভেৰিয়েন্টৰ সংক্ৰমণৰ পাঁচটা ঘটনা পোহৰলৈ আহিছে ৷ কৰ্ণাটকৰ দুজন , মহাৰাষ্ট্ৰৰ এজন আৰু গুজৰাটৰ এজন লোক অমিক্ৰ’ণ ভেৰিয়েন্টৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ শেহতীয়াকৈ দিল্লীৰ এজন লোকৰ দেহতো অমিক্ৰ’ণৰ সংক্ৰমণ ধৰা পৰিছে ৷ বিশেষজ্ঞসকলে কয় যে অমিক্ৰ’ণে পূৰ্বৰ দৰে ঢৌৰ সৃষ্টি কৰে নে নাই , সেয়া অহা দুই – এমাহৰ ভিতৰতে স্পষ্ট হৈ পৰিব ৷ কিয়নো অমিক্ৰ’ণ সন্দৰ্ভত গৱেষণা এতিয়াও প্ৰাথমিক পৰ্যায়তে আছে ৷সেইবাবে অহা কেইটামান সপ্তাহ সকলোৱে অধিক সাৱধনতাৰে কটোৱা উচিত ৷ অমিক্ৰ’ণৰ সংক্ৰমণৰ সন্দেহত এতিয়ালৈকে মুঠ ১৫ জন লোকক দিল্লীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইয়াৰে এজন লোক সংক্ৰমিত হোৱাটো নিশ্চিত কৰা হৈছে ৷দিল্লীত অমিক্ৰ’ণৰ সংক্ৰমণ : এজন লোক আক্ৰান্ত
দেশত এতিয়ালৈকে ক’ৰোনাৰ অমিক্ৰ’ণ ভেৰিয়েন্টৰ সংক্ৰমণৰ পাঁচটা ঘটনা পোহৰলৈ আহিছে ৷ কৰ্ণাটকৰ দুজন , মহাৰাষ্ট্ৰৰ এজন আৰু গুজৰাটৰ এজন লোক অমিক্ৰ’ণ ভেৰিয়েন্টৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ শেহতীয়াকৈ দিল্লীৰ এজন লোকৰ দেহতো অমিক্ৰ’ণৰ সংক্ৰমণ ধৰা পৰিছে ৷ বিশেষজ্ঞসকলে কয় যে অমিক্ৰ’ণে পূৰ্বৰ দৰে ঢৌৰ সৃষ্টি কৰে নে নাই , সেয়া অহা দুই – এমাহৰ ভিতৰতে স্পষ্ট হৈ পৰিব ৷ কিয়নো অমিক্ৰ’ণ সন্দৰ্ভত গৱেষণা এতিয়াও প্ৰাথমিক পৰ্যায়তে আছে ৷সেইবাবে অহা কেইটামান সপ্তাহ সকলোৱে অধিক সাৱধনতাৰে কটোৱা উচিত ৷ অমিক্ৰ’ণৰ সংক্ৰমণৰ সন্দেহত এতিয়ালৈকে মুঠ ১৫ জন লোকক দিল্লীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইয়াৰে এজন লোক সংক্ৰমিত হোৱাটো নিশ্চিত কৰা হৈছে ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.