সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

◆ আজি ঘোষণা কৰা হ’ল উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল

◆ শিক্ষাৰ্থী সমাজে নিৰ্বাচন কৰিলে প্ৰতিনিধি গোট

- Donation -

◆ এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে বিকি শৰ্মা

◆ সভাপতি পদত জয়লাভ কৰিছে হেমেন কলিতাই

◆ আনহাতে উপ সভাপতি পদত জয়লাভ কৰিছে নৱদ্বীপ বৰগোহাঁই

◆ নৱ নিৰ্বাচিত সাংস্কৃতিক সম্পাদক দিশা শৰ্মা

Leave A Reply

Your email address will not be published.