কেতিয়ালৈ পাব গৰীৱ কল্যান অন্ন যোজনাৰ চাউল ?

Share This Article

চলিত নৱেম্বৰ মাহত বন্ধ নহয় প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা ৷ ২০২২ চনৰ নৱেম্বৰ মাহলৈ হিতাধিকাৰীসকলে লাভ কৰিব এই আঁচনিৰ অধীনত লাভ কৰি থকা চাউল ৷ বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷ মন্ত্ৰী অনুৰাগ ঠাকুৰে এক সংবাদমেলত এই কথা ঘোষনা কৰে ৷
কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখন গ্ৰহণ কৰিছিল ৷ চলিত নৱেম্বৰ মাহতে আঁচনিখনৰ ম্যাদ সমাপ্ত হোৱাৰ কথা আছিল ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.