সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

শীৰ্ষ সংবাদ

সেনাৰ অস্থায়ী নিযুক্তি : অগ্নিপথে কিয় জ্বলাইছে অগ্নি ?

মঙলবাৰে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ‘অগ্নিপথ’ শীৰ্ষক এখন নতুন আঁচনিৰ ঘোষণা কৰে ৷ তাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে উত্তাল পৰিস্থিতিৰ ৷ সেনাৰ নিযুক্তিৰ বাবে প্ৰস্তুতি চলাই থকা হাজাৰ হাজাৰ নিবনুৱাই ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ বিহাৰত…

৫ বছৰত দিলে ৪.৪৫ লাখ চাকৰি : ডেৰ বছৰত কেনেকৈ দিব ১০ লাখ নিযুক্তি ?

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মঙলবাৰে কৰা এটা ঘোষণাই দেশৰ লাখ লাখ নিবনুৱাৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ৷ কিয়নো পি এম ওৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে অহা ডেৰ বছৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ১০ লাখ পদত নিযুক্তি দিবলৈ প্ৰধানমন্ত্ৰীয়ে…

স্মাৰ্ট চিটী গুৱাহাটীৰ এই অৱস্থা কিয় ? শ শ কৌটিৰ হিচাপ দিব কোনে?

বৰছলা বিলৰ বাবে ২১৫ কৌটি , ভৰলুৰ বাবে ৪৪৪ কৌটি , মৰা ভৰলুৰ বাবে ৪৮৮ কৌটি , দীপৰ বিলৰ বাবে ২৫০ কৌটি – এয়া কোনো কাল্পনিক হিচাপ নিকাচ নহয় ৷ গুৱাহাটী মহানগৰৰীৰ স্মাৰ্ট চিটী প্ৰজেক্টৰ প্ৰকল্প প্ৰতিবেদনত এই প্ৰকল্পসমূহৰ বাবে নিৰ্দিষ্ট ধনৰাশি…

দেশতকৈ ডাঙৰ হৈছে ধৰ্ম, চৌদিশে ইমান উন্মাদনা কিয় ?

নুপূৰ শৰ্মাৰ মন্তব্যৰ পাছত এইবাৰ অশান্ত হৈ পৰিছে দেশ ৷ ৰাজ্যই ৰাজ্যই শিলাবৰ্ষণ, গুলীবৰ্ষণ ৷ কিয় ইমান উন্মাদনা? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit:…

মন্ত্ৰীসভাৰ সালসলনি : ৰঞ্জিত দাসৰ বাবে অশনি সংকেত, বিমল বৰাৰ ক্ষমতা কৰ্তন, চন্দ্ৰমোহন পাটোৱাৰীৰ…

বৃহৎ সালসলনিৰে সম্পন্ন হ’ল অসম চৰকাৰৰ মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণ ৷ ভাগ্য উদয় হ’ল মুখ্যমন্ত্ৰীৰ ঘণিষ্ঠ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাৰ ৷ প্ৰচলিত ব্যাকৰণ ভাঙি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কেৱল নলবাৰী…

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত খহি পৰিল টানেল , মৃত্যু শ্ৰমিকৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছে এক বৃহৎ অঘটন ৷ মূল বান্ধলৈ পানী আহিবৰ বাবে নিৰ্মান কৰি থকা ইনটেক্ট টানেল খহি পৰাৰ ফলতেই এজন শ্ৰমিকৰ মৃত্যু হয় ৷ নিহত শ্ৰমিকজন গোগামুখৰ জিতু হাতীবৰুৱা বুলি জানিব পৰা গৈছে ৷ অহা আগষ্ট মাহৰ পৰা…

টুইটাৰ যুদ্ধঃ হিমন্ত বিশ্ব শৰ্মাই কি কি বিষয়ত এতিয়াও টুইট কৰা নাই ?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানমূলক প্ৰতিবেদন এতিয়া দেশৰ ৰাজনৈতিক বিতৰ্কৰ প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে অসমত কোভিডকালীন সময়ত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু…

৬ মাহজোৰা অনুসন্ধান আৰু উন্মোচনঃ কেনেদৰে পোহৰলৈ আহিল কোভিডকালৰ গোপন অধ্যায়

‘দ্য ক্ৰছকাৰেনন্ট’ আৰু ‘দ্য ৱায়াৰ’য়ে এলানি আৰ টি আই আবেদনৰ আধাৰত লাভ কৰা তথ্যৰ পৰা উন্মোচন হৈছে কোভিডকালৰ এক বৃহৎ অনিয়মৰ গোপন কাহিনী ৷ এন এইচ এমৰ পৰা এই তথ্যখিনি লাভ কৰিবৰ দ্য ক্ৰছকাৰেন্টে ৬ মাহৰো অধিক সময় ধৰি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত…

মুখ্যমন্ত্ৰীৰ পত্নীক কোভিডৰ ঠিকাঃ মন্ত্ৰী পীয়ূষ হাজৰিকাই কি কি কথা নক’লে ?

‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আজি সংবাদমাধ্যমৰ সন্মুখলৈ আহিল অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকা ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই বহু কথা ক’বলৈ চেষ্টা চলালে যদিও মূল কথাবোৰৰ উত্তৰ দিয়াৰ পৰা আজিও বিৰত থাকিল ৷…

কোভিডৰ ঠিকা আৰু কলকাতাৰ কোম্পেনীৰ মাজত কি সম্পৰ্ক আছে?

কোভিডৰ ঠিকা আৰু কলকাতাৰ কোম্পেনীৰ মাজত আছে এক বিশেষ সম্পৰ্ক ৷ কলকাতাৰ কোন স্থানৰ পৰা ধন বিনিয়োগ হয় অসমত ? এতিয়া কি চলি আছে তাত ? চাওক এই বিশেষ প্ৰতিবেদন- COVID FILES (PART-2) প্ৰতিবেদন-৪ https://youtu.be/vRMzX7F5NUg