Browsing Category
শিক্ষা-প্ৰযুক্তি
ৰাজ্যৰ মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ: গুৱাহাটী উচ্চ ন্যায়ালয়
ৰাজ্যৰ মাদ্ৰাছাসমূহ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব। শুকুৰবাৰে অসম চৰকাৰৰ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তক চীল-মোহৰ মাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০২০ চনত অসম চৰকাৰে মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে আনিছিল নতুন আইন। মাদ্ৰাছা-সংস্কৃত শিক্ষা বন্ধ কৰি…
সময় নাই, নিজৰেই নিয়ম ভংগ কৰি পৰীক্ষা পাতিবলৈ লৰালৰি এপিএছচিৰ?
সময় নাই, নিজৰেই নিয়ম ভংগ কৰি পৰীক্ষা পাতিবলৈ লৰালৰি এপিএছচিৰ? কি নিয়ম ভংগ কৰিলে এপিএছচিয়ে?
ভোট বিচাৰি যোৱা বিজেপি প্ৰার্থী সঘন প্ৰতিবাদৰ সন্মুখীন হৈছে কিয় উত্তৰ প্ৰদেশত?
বিহু ফাংচনলৈ জুবিনক মাতিব নালাগে বুলি কিয় কলে মুখ্যমন্ত্ৰীয়ে?…
৬ পৰা ৮ সপ্তাহ পিছুৱাই দিয়া হৈছে নীটৰ পিজি পৰীক্ষা
ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নীট)ৰ পিজি ২০২২ৰ ৬ পৰা ৮ সপ্তাহ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে। পূৰ্বতে এনইইটি ১২ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল। ইয়াৰ পূৰ্বে বাধ্যতামূলক ইন্টাৰ্ণশ্বিপ ম্যাদ সম্পূৰ্ণ হোৱালৈকে, বহুতো…
৫ আৰু ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব গেট পৰীক্ষা
গ্ৰেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং চমুকৈ গেট ২০২২ (GATE) পৰীক্ষা সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত সম্পন্ন হৈছে শুনানি। ন্যায়ালয়ে গেট পৰীক্ষাৰ তাৰিখ পিচুওৱা নহয় বুলি স্পষ্ট কৰি দিছে। খড়গপুৰ আইআইটিয়ে দেশৰ কভিড সৃষ্ট পৰিৱেশৰ বাবে…
মেডিকেল শিক্ষাত অ’ বি চিৰ বাবে ২৭ % সংৰক্ষণ বাহাল ৰাখি কি ক’লে উচ্চতম ন্যায়ালয়ে ?
চিকিৎসা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ নামভৰ্তিৰ ক্ষেত্ৰত অন্যান্য পিছপৰা জাতি (অ’ বি চি)ৰ বাবে ২৭ শতাংশ সংৰক্ষণ বাহাল ৰাখিছে উচ্চতম ন্যায়ালয়ে ৷ নীটৰ ক্ষেত্ৰত এই সংৰক্ষণ প্ৰযোজ্য হৈ থাকিব বুলি ৰায়দান কৰি ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু এ এছ…
অক্সফোৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন অৰণি এছ হাজৰিকাৰ
বিশ্ববিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন অসমৰ এগৰাকী মেধাৱী ছাত্ৰীৰ। নাম অৰণি এছ হাজৰিকা। গুৱাহাটী হোলী চাইল্ড স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী অৰণি। সমাগত স্নাতক পাঠ্যক্ৰমৰ বাবে সংস্কৃত ভাষা অধ্যয়নৰ সুযোগ লাভ …
অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্ৰী আক্রান্ত ক’ভিডত
নিতৌ ৰাজ্যত বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্রান্ত ৰোগীৰ সংখ্যা। যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্ৰী আক্রান্ত ক'ভিডত। বিশ্ববিদ্যালয়খনৰ ১১ আৰু ১২ নম্বৰ হোষ্টেলৰ আৱাসী আক্রান্ত হৈছে ক'ভিডত। বৰ্তমান সময়ত দুয়োটা হোষ্টেলয়েই…
১২ জানুৱাৰীৰ পৰা আৰম্ভ হব ২০২১-২২ বৰ্ষৰ NEET-PG ৰ নামভৰ্তিৰ কাউনঞ্চেলিং
উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে ২০২১-২২ বৰ্ষৰ বাবে NEET-PGৰ নামভৰ্তিৰ বাবে পুনৰ কাউঞ্চেলিং আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিলে। উচ্চতম ন্যায়ালয়ৰ পৰা অনুমতি পোৱা পাছতেই ১২ জানুৱাৰীৰ পৰা ২০২১-২২ বৰ্ষৰ NEET-PG ৰ নামভৰ্তিৰ কাউনঞ্চেলিং আৰম্ভ হ'ব,…
নীটৰ নামভর্তি সন্দর্ভত গুৰুত্বপূর্ণ ঘোষণা উচ্চতম ন্যায়ালয়ৰ
বিগত শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ে NEET-PG নামভৰ্তি সন্দৰ্ভত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ২৭% আৰু আৰ্থিক ভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ১০% সংৰক্ষণ নির্ধাৰণ কৰে । ইয়াৰোপৰি চলিত নামভৰ্তি প্ৰক্ৰিয়াৰ বাবে অজয় ভূষণ পাণ্ডে সমিতিৰ মত গ্ৰহণ কৰি আৰ্থিক ভাৱে…
কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° ডিম্পী মহন্তলৈ BW Wellbeing World 40 Under 40 সন্মান
◆ কটন বিশ্ববিদ্যলয়ৰ অধ্যাপিকা ড° ডিম্পী মহন্তলৈ BW Business Worldৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে BW Wellbeing World 40 Under 40 সন্মান
◆ নতুন দিল্লীত বিশেষ সন্মিলনত এই সন্মান ড° মহন্তলৈ
◆ ভাৰতৰ Wellbeing Industryৰ ৪০ প্ৰভাৱশালী লোকক এই…