Browsing Category
ক’ভিড
কোভিডৰ গণসংক্ৰমণ……
অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো এটা দিন। আনহাতে ৰাজ্য চৰকাৰে অসমত নতুনকৈ SOP জাৰি কৰা পাছতো কোভিড-১৯ একেদিনাই ২,০০০ ৰ সীমা অতিক্ৰম কৰিছে। সোমবাৰৰ দিনটোত নতুনকৈ ২১৯৮ জন ৰোগী আক্ৰান্ত হৈছে কোভিডত। সৰ্বাধিক কামৰূপ(ম)তে যোৱা ২৪ ঘণ্টাত…
ক’ভিড-১৯ ত আক্রান্ত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং
ক'ভিড-১৯ ত আক্রান্ত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং। মন্ত্রীগৰকীয়ে নিজেই টুইটাৰ যোগে প্ৰকাশ কৰিছে এইকথা। বৰ্তমান তেওঁ হোম আইছ'লেচনত আছে। লগতে মন্ত্ৰী ৰাজনাথ সিঙে এইকেইদিনত তেওঁৰ সংস্পর্শলৈ সকলো ব্যক্তিকে ক'ভিড টেস্ট কৰিবলৈ অনুৰোধ…
অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্ৰী আক্রান্ত ক’ভিডত
নিতৌ ৰাজ্যত বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্রান্ত ৰোগীৰ সংখ্যা। যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্ৰী আক্রান্ত ক'ভিডত। বিশ্ববিদ্যালয়খনৰ ১১ আৰু ১২ নম্বৰ হোষ্টেলৰ আৱাসী আক্রান্ত হৈছে ক'ভিডত। বৰ্তমান সময়ত দুয়োটা হোষ্টেলয়েই…
কোভিডৰ টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু কোউইন এপত আঁতৰোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো
কোভিডৰ টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু কোউইন এপত আঁতৰোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো। কাৰণ, শেহতীয়াকৈ দেশৰ নিৰ্বাচন আয়োগে প্ৰধানমন্ত্ৰী মোডীৰ ফটো কোভিডৰ টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু কোউইন এপৰ পৰা আঁতৰ কৰিবলৈ এক নিৰ্দেশনা দিছিল। ৫ ৰাজ্যত আগন্তক…
ভাৰতত কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি
সমগ্ৰ দেশতে প্ৰতিদিনে বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা। ভাৰতত সোমবাৰৰ দিনটোত ১,৭৯,৭২৩ জন ৰোগী নতুনকৈ কোভিড-১৯ আক্ৰান্ত হৈছে। বৰ্তমানৰলৈকে মুঠতে ভাৰতত ৭,২৩,৬১৯ জন লোক আক্ৰান্ত হৈছে কোভিডৰ তৃতীয়টো ঢৌত। যোৱা ২৪ ঘণ্টাত ১৪৬ জন ৰোগী…
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে জাৰি কৰিছে আইছ’লেচনৰ বাবে নতুন বিধি
দেশত কোভিড-১৯ ৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তেই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে জাৰি কৰিছে আইছ'লেচনৰ বাবে নতুন বিধি ।
চৰকাৰৰ পৰামৰ্শ অনুসৰি -
● কোনো লক্ষণ দেহত দেখা নিদিয়া কোভিড ৰোগীসকলো আইছ'লেচনত থাকিব লাগিব সম্পূৰ্ণ সাত…
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন স্থগিত
দেশৰ লগতে ৰাজ্যত কোভিড ৰোগী সংখ্যা দিনে-দিনে পোৱা বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন স্থগিত কৰা হৈছে। অহা ১০জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল এই নিৰ্বাচন। উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়খনত বৰ্তমান ১৪…
অসমত নতুন SOP ঘোষণা পাছতো বৃদ্ধি পাই আছে ক’ভিড ৰোগী
শনিবাৰৰে পৰা ৰাজ্যত জাৰি কৰা হ’ল নতুন SOP। বলবৎ হ’ল নৈশ সান্ধ্য আইন। কিন্তু SOP জাৰি কৰা পাছতো বৃদ্ধি পাই আছে ক’ভিড আক্ৰান্তৰ সংখ্যা। শনিবাৰে ৰাজ্যত ১২৫৪জন লোক ক’ভিডত আক্ৰান্ত। পজিটিভিটিৰ হাৰ ৩.৭৩ শতাংশ। কামৰূপ মহানগৰত বিগত ২৪ ঘণ্টাত…
আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন SOP…..
আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন SOP…..
* নিশা ১০বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন জাৰি।
* মাস্ক পিন্ধাটো বাধ্যতামূলক।
* ভেকচিনৰ দুয়োটা ডজ লোৱা প্ৰমাণ লগত লৈ ফুৰিব লাগিব।
* ৰাতি ভেলাঘৰত থাকিব নোৱাৰিব অসমীয়া।
* পুৱা ৬ বজাৰ…
প্ৰকাশ পালে নতুন SOP…..
প্ৰকাশ পালে নতুন SOP…..
* নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্ফিউ।
* গাড়ী, চিটি বাছত ভেকচিন লোৱা লোকহে মানুহ উঠিব পাৰিব।
* সকলো ব্যৱসায়িক প্ৰতিষ্ঠান নিশা ৯ বজাৰ লৈকেহে খোলা থাকিব।
* ৰেষ্টুৰেণ্ট, ধাবা, হোটেল ৯ বজাৰ লৈকে খোলা…