Category ক’ভিড

ক’ভিড ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়….

কেন্দ্ৰই ক’ভিড ভেকচিন প্ৰসংগত দেশৰ উচ্চতম ন্যায়ালয়ত এক শপত নামা দাখিল কৰিছে। এই শপতনামাত কৈছে যে, ক’ভিড ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়। কোনোলোকে ইচ্ছা নকৰিলে তেওঁক ভেকচিন গ্ৰহণৰ বাবে বাধ্য কৰিব নোৱাৰিব। কেন্দ্ৰই লগতে শপত নামাত কৈছে যে, ক’ভিড ভেকচিন…

ভাৰতবাসীক প্ৰধানমন্ত্ৰী মোদীৰ অ’মিক্ৰনক লৈ আতংকিত নহ’বলৈ আহ্বান

দেশত অ’মিক্ৰনৰ বৰ্ধিত ঘটনাৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে, ভাৰতত ১৮ লাখ আইচ’লেচন বিচনা, ৫ লাখ অক্সিজেন বিচনা, ১.৪০ লাখ ICU বিচনা আৰু শিশুসকলৰ বাবে ৯০,০০০ বিশেষ বিচনা আছে। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতবাসীক অ’মিক্ৰনক লৈ আতংকিত নহ’বলৈ আহ্বান…

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ অৱস্থা সংকটজনক

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ অৱস্থা সংকটজনক। বিগত ১১ জানুৱাৰীত কভিড-১৯ত আক্ৰান্ত হৈছিল ভাৰতৰ নাইটিংগেল লতা মংগেশকাৰ। মুম্বাই ব্ৰিচকেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কিংবদন্তী গায়িকাগৰাকীক বৰ্তমানলৈকে চিকিৎসালয়ত পৰিয়ালৰ কোনো লোককে লগ কৰিবলৈ দিয়া নাই। চিকিৎসকৰ তেওঁৰ অনুৰাগীক প্ৰাৰ্থনাৰ বাবে আহ্বান জনাইছে।

২৪ ঘণ্টাত ৰাজ্যত ২৭০৯ জন ৰোগী আক্ৰান্ত ক’ভিডত, মৃত্যু ৫ জনৰ

বিগত ২৪ ঘণ্টাত ৰাজ্যত ২৭০৯ জন ৰোগী নতুনকৈ আক্ৰান্ত হয় কোভিড-১৯ত। মৃত্যু হয় ৫ জন ৰোগী। মৃত্যু হোৱা ৰোগী কেইজন যোৰহাট, কামৰূপ(ম),মৰিগাঁও আৰু নলবাৰী জিলাৰ। সৰ্বাধিক কামৰূপ(ম)৯১২ জন, যোৰহাটত ২৫৭ জন, ডিব্ৰুগড়ত ১৮০ জন আৰু কাছাৰত ১৫৯ জন ৰোগী আক্ৰান্ত…

ভেকছিন নলয় : অষ্ট্ৰেলিয়া এৰিব লাগিব টেনিছ তাৰকা জকোভিচে

বিশ্ববিখ্যাত টেনিছ খেলুৱৈ নোভাক জকোভিচৰ কেইদিনমানৰ পাছতেই অষ্ট্ৰেলিয়াৰ ভিছাৰ ম্যাদ শেষ হ’ব। তাৰ পিছতেই অষ্ট্ৰেলিয়া এৰিব লাগিব নোভাক জকোভিচে। ক’ভিড টিকাকৰণ নকৰাৰ বাবেই অষ্ট্ৰেলিয়াই জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জকোভিচৰ ভিছা আবেদন নাকচ কৰে। জকোভিচে ভিছা আৱেদন নাকচ সন্দৰ্ভত আদালতত আপীল…

ক’ভিড ভেকচিনৰ বৰ্ষপূতি

আজি ক’ভিড ভেকচিনৰ বৰ্ষপূতি। ১৬ জানুৱাৰী, ২০২১ এই দিনটোৰ পৰাই ভাৰতত আৰম্ভ হৈছে ক’ভিড ভেকচিনৰ প্ৰদান প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মী, ফন্টলাইন  কৰ্মী আৰু ৬০ বছৰ বয়সৰৰ ওপৰৰ সকলো ব্যক্তিকে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছিল কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে। তাৰ পাছৰ পৰ্যায়ত…

দেশত ২৪ ঘণ্টাত ক’ভিডত ২,৬৮,৮৫৩ জন ৰোগী আক্ৰান্ত

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। শুক্ৰবাৰৰ দিনটোত দেশত ক’ভিড ৰোগীৰ সংখ্যা আছিল ২,৬৪,০০০। আনহাতে শনিবাৰৰ দিনটোত ২৪ ঘণ্টাত আক্ৰান্ত হয় ২,৬৮,৮৫৩ জন ৰোগী। বিগত ২৪ ঘণ্টাত দেশখনত ৪০২ জন লোকৰ মৃত্যু হয় ক’ভিড-১৯ত। যি শনিবাৰৰ তুলনাত কম। আনহাতে, সংক্ৰমণৰ…

দুইপালি ভেকচিন নোলোৱা লোকে ওলাব নোৱাৰিব ঘৰৰ পৰা

আজিৰে পৰা ভেকচিন নোলোৱা লোকৰ বাবে কঠোৰ বাধা-নিষেধ জাৰি কৰিছে ৰাজ্য চৰকাৰে। কোভিডৰ দুইপালি ভেকচিন নোলোৱা লোকে আজিৰে ওলাব নোৱাৰিব ঘৰৰ পৰা। হাস্পতালৰ বাহিৰে ৰাজহুৱা স্থানত প্ৰৱেশত কৰিব নোৱাৰিব ভেকচিন নোলোৱা লোকে। লগতে হোটেল, মল, ৰেষ্টুৰেণ্ট আদিতো প্ৰৱেশ কৰিব নোৱাৰিব।…

ক’ভিডত 24 ঘণ্টাত আক্ৰান্ত—

দেশত অব্যাহত আছে ক’ভিড মহামাৰীৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ২,৬৮,৮৩৩ জন লোক। ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪০২ জন ৰোগী। লগতে অমিক্ৰণত আক্ৰান্ত হৈছে ৬০৪১ জন ৰোগী। ইফালে, বিগত ২৪ ঘণ্টাত অসমত ক’ভিডত…

আৰক্ষী অধীক্ষক আনন্দ মিশ্র ক’ভিড-১৯ পজিটিভ

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্র ক’ভিড-১৯ পজিটিভ। আজি ধৰা পৰে আনন্দ মিশ্ৰৰ দেহত ক’ভিড অৱস্থিতি। বৰ্তমান আৰক্ষী অধীক্ষকজন হোম আইচ’লেছনতে আছে। লগতে ক’ভিড ১৯ ত আক্ৰান্ত হৈছে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু নিৰুপম হাজৰিকা । উল্লেখ্য যে, নৱবৰ্ষৰ…