Category ক’ভিড

গোমূত্ৰৰে কোভিড নিৰ্মূল কৰা বিজেপি নেত্ৰী বৰ্তমান কোভিড আক্ৰান্ত

বিজেপিৰ বিতৰ্কিত নেত্ৰী সাধ্বী প্রজ্ঞা সিংহ ঠাকুৰ আক্ৰান্ত কোভিডত। নেত্ৰীগৰাকীয়ে এটা টুইটযোগে এই কথা সদৰী কৰে । বিগত বৰ্ষত কৰ’না নিৰাময় সন্দৰ্ভত আচহুৱা মন্তব্য কৰি চৰ্চালৈ আহিছিল নেত্ৰীগৰাকী। তেওঁ কৈছিল গোমূত্ৰ সেৱন কৰ’না নিৰাময়ৰ এক উত্তম উপায়। দেশী গৰুৰ মূত্ৰই…

ক’ভিডৰ নতুন ভেৰিয়েন্টৰ তথ্য

সমগ্ৰ বিশ্বতে আতংক সৃষ্টি কৰা ক’ভিডৰ ডেল্টা আৰু অ’মিক্ৰন ভেৰিয়েণ্টৰ পিছতেই BA.2 নামৰ এটা নতুন ভেৰিয়েণ্ট পোহৰলৈ আহিছে। মধ্য প্ৰদেশৰ ইন্দোৰত অ’মিক্ৰনৰ চাব-ভেৰিয়েণ্ট বিএ-2 পোহৰলৈ আহিছে। ইতিমধ্যে মধ্য প্ৰদেশত BA- 2 ভেৰিয়েণ্টত ১৬ জন লোকক দেহত সংক্ৰমিত হৈছে। ইয়াৰে ৬…

আৰু এসপ্তাহলৈ নিষিদ্ধ নিৰ্বাচনী সভা-সমদল

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ ৰাজ্যত নিৰ্বাচনী সভা , সমদলৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল ৰাখিছে নিৰ্বাচন আয়োগে ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শণিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচন আয়োগৰ বৈঠকত নিৰ্বাচনী সভা-সমদল আৰু এসপ্তাহলৈ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ এই বৈঠকত কেন্দ্ৰৰ…

দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াত অমান্তি দিল্লীৰ উপ-ৰাজ্যপালৰ

শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়। পৰবৰ্তী সময়ত কেজৰিৱালে উপ-ৰাজ্যপাল অনিল বেইজাললে অন্তিম অনুমোদনৰ বাবে প্ৰস্তাৱটি প্ৰেৰণ কৰিছিল।  অনিল বেইজালে এই প্ৰস্তাৱত সন্মতি প্ৰদান নকৰিলে। কিন্তু তেখেতে ব্যক্তিগত প্ৰতিষ্ঠান সমূহত ৫০% কৰ্মচাৰী…

স্বাস্থ্য মন্ত্ৰালয়ে মাস্ক পৰিধান নকৰিবলৈ আহ্বান জনালে এইসকল লোকক….

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো বৰ্তমান ক’ভিড ১৯ য়ে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে৷ লগতে ৰাজ্যবাসীয়ো ক’ভিডৰ তৃতীয়টো ঢৌত আক্রান্ত হৈছে। শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে মাস্কৰ সন্দৰ্ভত জাৰি কৰিছে নতুন নিৰ্দেশনা। স্বাস্থ্য মন্ত্রণালয়ে কয়, ৫ বছৰ বা তাতকৈ কম বয়সৰ শিশুৰ বাবে…

চৰকাৰী পৰিসংখ্যাতকৈ নগুণ অধিকৰ মৃত্যু হৈছে ক’ভিডত!

গুজৰাট আৰু তেলেংগানা চৰকাৰে ক’ভিডত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়ক ৫০,০০০ টকাৰ অনুকম্পামূলক সাহাৰ্য দিয়াৰ ঘোষণা কৰিছে৷ কিন্তু চৰকাৰী তথ্যতকৈ গুজৰাটত নগুণ আৰু তেলেংগানাত সাতগুণ অধিকে এই সাহাৰ্য বিচাৰি আবেদন কৰিছে৷ কোভিড’ত কিমানৰ মৃত্যু হৈছে-তাক লৈ হোৱা কেইবাটাও বেচৰকাৰী অধ্যয়নত ভাৰতত…

ৰাজ্যত ক’ভিডত আক্ৰান্ত ৮৩৩৯ জন , মৃত্যু ১৫ জন

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ। প্ৰতিদিনে আক্ৰান্ত হৈছে সহস্ৰাধিক লোক। বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে ৮৩৩৯ জন লোক । মৃত্যু হৈছে ১৫ জন ৰোগী। সৰ্বাধিক কামৰুপ(ম)ত ১৯২৯ জন, কৰিমগঞ্জত ৭৪৭ জন, ডিব্ৰুগড়ত ৫১২ জন, তিনিচুকীয়াত ৩৮০ জন, শিৱসাগৰত ৩০৫…

অ’মিক্ৰণৰ নতুন ২০ টা লক্ষণ….

বিশ্বত এতিয়া অ’মিক্ৰনৰ আতংক। ক’ভিডৰ অধিক সংখ্যক ৰোগীৰ দেহত বৰ্তমান অ’মিক্ৰন ভেৰিয়েণ্ট সংক্ৰমিত। শেহতীয়াকৈ অ’মিক্ৰণৰ নতুন ২০ টা লক্ষণৰ বিষয়ে ইংলেণ্ডৰ ZOE ক’ভিড ষ্টাডিয়ে প্ৰকাশ কৰিছে। ক’ভিডৰ ডেল্টা ভেৰিয়ণ্টৰ তুলনাত অ’মিক্ৰণৰ লক্ষণ আক্রান্তৰ শৰীৰত অতি সোনকালেই দেখা দিয়ে। ২০ টা…

আপুনি যদি ক’ভিডত আক্ৰান্ত , কি কি কৰিব পাৰে ?

কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে ক’ভিড-১৯ৰ মৃদু, মজলীয়া আৰু গুৰুতৰ লক্ষণৰ চিকিৎসাৰ বাবে নতুন নিৰ্দেশনা প্ৰস্তুত কৰিছে। যিসকল লোক ক’ভিডত আক্রান্ত হোৱাৰ পাছত শ্বাসনলীৰ ওপৰৰ অংশত সমস্যাৰ সন্মুখীন হয় আৰু উশাহ-নিশাহত অসুবিধা পায় তেওলোকে কি কি কৰিব লাগে – *ঘৰতেই আছুতীয়াকৈ থাকিব…

ভাৰতত ২,৮২,৯৭০ জন আৰু অসমত ৮০৭২ জন আক্ৰান্ত ক’ভিড-১৯ত

দেশত বিগত ২৪ ঘণ্টাত বৃদ্ধি পাইছে ক’ভিড-১৯ৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোত ভাৰতত ২,৮২,৯৭০ জন ক’ভিডত আক্ৰান্ত। মৃত্যু হৈছে ৪৪১ জন ৰোগীৰ। আনহাতে, অসমতো  উদ্বেগজনভাৱে বৃদ্ধি পাইছে ক’ভিড-১৯ ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যত ৮০৭২ জন লোক আক্ৰান্ত হৈছে কভিড-১৯ত। মৃত্যু হৈছে…