Investigative reporting with dedication.
টুইটাৰ যুদ্ধ : হিমন্ত বিশ্ব শৰ্মাই কি কি বিষয়ত এতিয়াও টুইট কৰা নাই ?

টুইটাৰ যুদ্ধ : হিমন্ত বিশ্ব শৰ্মাই কি কি বিষয়ত এতিয়াও টুইট কৰা নাই ?
Investigative reporting with dedication.

টুইটাৰ যুদ্ধ : হিমন্ত বিশ্ব শৰ্মাই কি কি বিষয়ত এতিয়াও টুইট কৰা নাই ?

উত্তৰ প্ৰদেশৰ পৰা কোনে দিছিল কোভিদ কেলেংকাৰিৰ খবৰ?

পিপিই কিট বিতর্কই তোলপাৰ লগাইছে ৰাষ্ট্ৰীয় ৰাজনীতি৷ আপৰ সংবাদমেলৰ পিছত দেশজুৰি অব্যাহত প্ৰতিক্ৰিয়া৷ কি ক’লে দিল্লীৰ আপ,কংগ্ৰেছ আৰু বিজেপি নেতাই? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কি কলে হিমন্ত বিশ্ব শর্মাই? এক প্ৰতিবেদন৷

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানমূলক প্ৰতিবেদন এতিয়া দেশৰ ৰাজনৈতিক বিতৰ্কৰ প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে অসমত কোভিডকালীন সময়ত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পৰিয়ালৰ ব্যৱসায়িক সহযোগীৰ প্ৰতিষ্ঠানে লাভ…

‘দ্য ক্ৰছকাৰেনন্ট’ আৰু ‘দ্য ৱায়াৰ’য়ে এলানি আৰ টি আই আবেদনৰ আধাৰত লাভ কৰা তথ্যৰ পৰা উন্মোচন হৈছে কোভিডকালৰ এক বৃহৎ অনিয়মৰ গোপন কাহিনী ৷ এন এইচ এমৰ পৰা এই তথ্যখিনি লাভ কৰিবৰ দ্য ক্ৰছকাৰেন্টে ৬ মাহৰো অধিক সময় ধৰি তথ্য…

‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আজি সংবাদমাধ্যমৰ সন্মুখলৈ আহিল অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকা ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই বহু কথা ক’বলৈ চেষ্টা চলালে যদিও মূল কথাবোৰৰ উত্তৰ দিয়াৰ পৰা আজিও বিৰত থাকিল ৷ মন্ত্ৰী পীয়ূষ…

‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ ধাৰাবাহিক বাতৰিয়ে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে ৷ মুখ্যমন্ত্ৰীৰ পত্নীয়ে লকডাউনৰ পূৰ্বে পি পি ই কীট যোগানৰ ঠিকা লাভ কৰা , মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যক্তিয়ে অত্যাধিক দৰত ছেনিটাইজাৰ আৰু পি পি ই কীট যোগান ধৰাৰ…

কোভিডৰ ঠিকা আৰু কলকাতাৰ কোম্পেনীৰ মাজত আছে এক বিশেষ সম্পৰ্ক ৷ কলকাতাৰ কোন স্থানৰ পৰা ধন বিনিয়োগ হয় অসমত ? এতিয়া কি চলি আছে তাত ? চাওক এই বিশেষ প্ৰতিবেদন- COVID FILES (PART-2) প্ৰতিবেদন-৪

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পূৰ্বৰ ব্যৱসায়িক সহযোগীক ৪০৮ টকা অধিক দৰত পি পি ই কীটৰ ঠিকা ৷ চাওক কোভিড কালৰ অন এক ক’লা অধ্যায় ৷ চাওক – COVID FILES(PART-2) প্ৰতিবেদন-৩

ক’ভিডকালীন সময়ত ব্লু ডাৰ্টৰ সমুখত মুখ্যমন্ত্ৰীয়ে তোলা ফটো পাবলিচিটি ষ্টান্তহে আছিল নেকি?