মন্ত্ৰী পীয়ূষ হাজৰিকালৈ এটা মাত্ৰ সহজ প্ৰশ্ন

প্ৰসংগঃ চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কীট ৷ ‘দ্য ক্ৰছকাৰেন্ট’ৰ এখন আৰ টি আই আবেদনৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে স্পষ্ট কৰি দিয়ে যে এন এইচ এমে চীনৰ পৰা কোনোধৰণৰ পি পি ই কীট ক্ৰয় কৰা নাই…

প্ৰসংগঃ চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কীট ৷ ‘দ্য ক্ৰছকাৰেন্ট’ৰ এখন আৰ টি আই আবেদনৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে স্পষ্ট কৰি দিয়ে যে এন এইচ এমে চীনৰ পৰা কোনোধৰণৰ পি পি ই কীট ক্ৰয় কৰা নাই…

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানমূলক প্ৰতিবেদনে জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত ৷ ২০২০ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মাজনিশা বিমান বন্দৰত উপস্থিত হৈ চীনৰ পৰা ৫০ হাজাৰ পি পি ই কীট অসমলৈ আহি পোৱাৰ কথা…

চীনৰ পৰা ৫০ হাজাৰ পিপিই কীট ক্ৰয়ৰ বাতৰিয়ে দখল কৰিছিল ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম। প্ৰশংসিত হৈছিল তদানীন্তন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু বিগত ১০ মাৰ্চত দ্য ক্ৰছকাৰেন্টৰ আৰ টি আই আবেদনৰ উত্তৰত এন এইচ এমে চীনৰ পৰা পি পি ই কীট ক্ৰয় কৰাৰ কথা অস্বীকাৰ কৰি কয়,’এন এইচ এম, অসমে কেতিয়াও কোনো পৰিস্থিতিত চীনৰ পৰা পি পি ই কীট ক্ৰয় কৰা নাই ৷’

চীন আৰু আমেৰিকাত কোভিডৰ সংক্ৰমণ বৃদ্ধিৰ লগে লগে ভাৰতেও পাঁচখন ৰাজ্যৰ বাবে সতৰ্কতামূলক জাননী জাৰি কৰিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে দিল্লী , হাৰিয়ানা , মহাৰাষ্ট্ৰ , কেৰালা আৰু মিজোৰাম চৰকাৰলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে ৷ এই ৰাজ্যকেইখনত…

লকডাউনত কেনেকৈ দাড়ি চুলি কাটিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?কেনেকৈ দাড়ি-চুলি কাটিছিল মোদী কেবিনেটৰ সতীর্থ মন্ত্ৰীয়ে?যদি তেওলোকে কাটিছিল,তেন্তে ইয়াৰ পৰা সাধাৰণ জনতাক বঞ্চিত কৰা হৈছিল নেকি?আৰু এটা প্ৰশ্ন,প্ৰধানমন্ত্ৰী মোদীয়ে কিমান টকাৰ দৰমহা লাভ কৰে?এজন আৰটিআই কর্মীয়ে এই সমূহ প্ৰশ্ন উত্থাপন কৰিছিল কেন্দ্ৰীয়…

মুখ্যমন্ত্ৰীয়ে গাখীৰ – কল কিমান খালে তাৰ তথ্য দিব ৷ ৫০ গ্ৰাম নে ১০০ গ্ৰাম বাটাৰ খালে তাৰো হিচাপ দিব ৷ কিন্তু কিয় হিচাপ নিদিয়ে কোভিডৰ মোকাবিলা কৰাৰ নামত কাক কিমান টকাৰ ঠিকা দিলে ৷ দ্য ক্ৰছকাৰেন্টৰ তিনিখন আৰ টি…

কথাই কথাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয় স্বচ্ছতাৰ কথা ৷ দুৰ্নীতিমুক্ত প্ৰশাসনৰ শ্ল’গান মুখ্যমন্ত্ৰীৰ প্ৰতিটো বক্তব্যত শুনা যায় ৷ কিন্তু খোদ মুখ্যমন্ত্ৰীয়ে এসময়ত ব্যয় কৰা ৰাজহুৱা ধনৰ হিচাপ দিবলৈ অপাৰগতা প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ এনে…

চীন আৰু দক্ষিণ কোৰিয়াত পুনৰ শক্তিশালী হৈ উঠিছে অমিক্ৰন । বিগত শনিবাৰে চীনত নতুনকৈ আক্রান্ত হৈছে ২১৫৭ জন ব্যক্তি লগতে চীন প্ৰশাসনৰ খবৰ অনুসৰি শনিবাৰে মৃত্যু হয় দুজন ব্যক্তিৰ। তথ্য অনুসৰি আক্ৰান্ত সকলৰ অধিকাংশই জিলিন প্ৰদেশৰ বুলি জানিব পৰা গৈছে।…

আকৌ কোভিড আক্ৰন্ত হৈ মানুহ মৰিছে চীনত৷বিগত এটা বছৰৰ পিছত প্ৰথমবাৰলৈ কোভিড আক্ৰান্তৰ মৃত্যৰ খবৰ আহিছে চীনৰ পৰা৷চীনতেই আৰম্ভ হৈছিল কোভিডৰ সংক্ৰমণ৷কিন্তু বিশ্বক চমক দেখুৱাই কোভিড শূন্য হৈ উঠিবলৈ সক্ষম হৈছিল চীন৷কিন্তু কোভিড আক্ৰন্ত হৈ এটা বছৰৰ পিছত পুনৰ মানুহ…

সম্প্ৰতি চীনত গৃহবন্দী হৈ আছে প্ৰায় ৩০ মিলিয়ন জনতা। তথ্য অনুসৰি মঙ্গলবাৰে চীনত ৫২৮০ জন নতুন কোভিড ৰোগী চিনাক্ত হয়। এই পৰিসংখ্যা পূৰ্বৱৰ্তী দিনৰ তুলনাত দুগুণতকৈও অধিক। ৰাষ্ট্ৰখনৰ প্ৰায় ১৩ খন চহৰ ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে। তাৰোপৰি বহুতো…