সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আকৌ আহিছে কোভিড : পাঁচ ৰাজ্যত সতৰ্কতা

চীন আৰু আমেৰিকাত কোভিডৰ সংক্ৰমণ বৃদ্ধিৰ লগে লগে ভাৰতেও পাঁচখন ৰাজ্যৰ বাবে সতৰ্কতামূলক জাননী জাৰি কৰিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে দিল্লী , হাৰিয়ানা , মহাৰাষ্ট্ৰ , কেৰালা আৰু মিজোৰাম চৰকাৰলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে ৷ এই ৰাজ্যকেইখনত কোভিডৰ সংক্ৰমণ বৃদ্ধিৰ বিষয়টো চিন্তনীয় বুলি উল্লেখ কৰি স্বাস্থ্য সচিবগৰাকীয়ে কয় যে ৰাজ্যসমূহে এই বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰা উচিত ৷ ইয়াৰ মাজতে গুজৰাটৰ এজন ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিডৰ XE ভেৰিয়েন্টৰ উপস্থিতি ৷

Leave A Reply

Your email address will not be published.