স্বাস্থ্য মন্ত্ৰালয়ে মাস্ক পৰিধান নকৰিবলৈ আহ্বান জনালে এইসকল লোকক….

Share This Article

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো বৰ্তমান ক’ভিড ১৯ য়ে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে৷ লগতে ৰাজ্যবাসীয়ো ক’ভিডৰ তৃতীয়টো ঢৌত আক্রান্ত হৈছে। শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে মাস্কৰ সন্দৰ্ভত জাৰি কৰিছে নতুন নিৰ্দেশনা। স্বাস্থ্য মন্ত্রণালয়ে কয়, ৫ বছৰ বা তাতকৈ কম বয়সৰ শিশুৰ বাবে মাস্ক বাধ্যতামূলক নহয় আৰু এইবয়সৰ শিশুসকলে মাস্ক পৰিধান নকৰিলেও হ’ব। অৱশ্যে ৬-১১ বছৰ বয়সৰ শিশুসকলে পিতৃ-মাতৃৰ অনুমতি সাপেক্ষে মাস্ক পৰিধান কৰিব পাৰিব। আনহাতে ১২ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো লোকৰ বাবে মাস্ক বাধ্যতামূলক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.