সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াত অমান্তি দিল্লীৰ উপ-ৰাজ্যপালৰ

শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়। পৰবৰ্তী সময়ত কেজৰিৱালে উপ-ৰাজ্যপাল অনিল বেইজাললে অন্তিম অনুমোদনৰ বাবে প্ৰস্তাৱটি প্ৰেৰণ কৰিছিল।  অনিল বেইজালে এই প্ৰস্তাৱত সন্মতি প্ৰদান নকৰিলে। কিন্তু তেখেতে ব্যক্তিগত প্ৰতিষ্ঠান সমূহত ৫০% কৰ্মচাৰী অহাৰ অনুমতি প্ৰদান কৰে। এ এন আইৰ এক প্ৰতিবেদন অনুসৰি উপ-ৰাজ্যপালে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাপ্তাহান্তিক সান্ধ্য আইন বৰ্জন নকৰাৰ পৰামৰ্শ আগবঢ়াই ৰাজ্যবাসীক।

Leave A Reply

Your email address will not be published.