সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চৰকাৰী পৰিসংখ্যাতকৈ নগুণ অধিকৰ মৃত্যু হৈছে ক’ভিডত!

গুজৰাট আৰু তেলেংগানা চৰকাৰে ক’ভিডত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়ক ৫০,০০০ টকাৰ অনুকম্পামূলক সাহাৰ্য দিয়াৰ ঘোষণা কৰিছে৷ কিন্তু চৰকাৰী তথ্যতকৈ গুজৰাটত নগুণ আৰু তেলেংগানাত সাতগুণ অধিকে এই সাহাৰ্য বিচাৰি আবেদন কৰিছে৷ কোভিড’ত কিমানৰ মৃত্যু হৈছে-তাক লৈ হোৱা কেইবাটাও বেচৰকাৰী অধ্যয়নত ভাৰতত চৰকাৰী তথ্যতকৈ ৬-১১ গুণ অধিক মানুহৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে৷ গুজৰাট আৰু তেলেংগানাৰ ঘটনাই যেন তাকেই প্ৰমাণ কৰিছে৷

Leave A Reply

Your email address will not be published.