Category ক’ভিড

পুনৰ ভাৰত কোভিডৰ তৃতীয়টো ঢৌত আক্ৰান্ত

পুনৰ ভাৰত কোভিডৰ তৃতীয়টো ঢৌত আক্ৰান্ত হৈছে। ভাৰতত যোৱা ২৪ ঘণ্টাত কোভিড-১৯ৰ ১,১৭,১০০ জন ৰোগী নতুনকৈ আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৩০২ জনৰ। আনহাতে, ৩০০৭ জন ৰোগী আক্ৰান্ত হৈছে অমিক্ৰণত। মহাৰাষ্ট্ৰত সৰ্বাধিক ৮৭৬ জন, দিল্লীত ৪৬৫ জন, কৰ্ণাটকত ৩৩৩ জন, ৰাজস্থানত…

অ’মিক্ৰনে ভোগালী বিহু পাতিবলৈ দিবনে?

১ জানুৱাৰীৰ পৰা ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে ক’ভিড ৰোগীৰ সংখ্যা৷ আনহাতে, অসমত ২জন লোক অ’মিক্ৰনত আক্ৰান্ত হৈছে৷ এজন ৰোহন দাস। তেওঁক শ্বিলঙত পৰীক্ষা কৰা হৈছিল আৰু আনজন চৌদি আৰবৰ পৰা অহা মহম্মদ মামুদ হুছেইন৷ তেওঁক যোৰহাটত টেষ্ট কৰা হৈছিল৷ বুধবাৰে…

গুৱাহাটী আই আই টিত কভিড`ৰ সংক্ৰমণ

ভাৰতৰ লগতে অসমতো প্ৰত্যেক দিনাই কভিড` ৰোগী ধৰা পৰিছে। এইবাৰ গুৱাহাটী আই আই টিৰ শিক্ষাৰ্থী, বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহত ধৰা পৰিছে কভিড`-১৯। অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কভিড`। আক্রান্তসকলৰ অধিকাংশই বহিঃ ৰাজ্যৰ পৰা অহা শিক্ষাৰ্থী।  ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলক বাহিৰলৈ অহা-যোৱা কৰা…

অসমত পুনৰ নহয় লকডাউন

ভাৰতত কভিড`ৰ তৃতীয়টো ঢৌ অ`মিক্ৰনত বৰ্তমানলৈ ২১৩৫ জন লোক আক্ৰান্ত হৈছে। অসমতো কভিড`ৰ সংক্ৰমণ দ্ৰুতগতিত বাঢ়িছে। কভিড`ৰ তৃতীয়টো ঢৌত অসমত প্ৰত্যেক দিনাই ১২০ৰ পৰা ৪৫০ ৰোগী আক্ৰান্ত হৈছে। এইকথা অৱগত কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। লগতে কয় যে, অমিক্ৰণ…

ভাৰতত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা

ভাৰতত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা। ২৪ ঘণ্টাত ভাৰতত ৫৮,০৯৭ জন নতুনকৈ ৰোগী কোভিডত আক্ৰান্ত হৈছে আৰু ৫৩৪ জনৰ মৃত্যুৰ হৈছে। আনহাতে অ’মিক্ৰনত ২১৩৫ জন লোক আক্ৰান্ত হৈছে। সৰ্বাধিক মুম্বাইত ১০৮৬০ জন, দিল্লীত ৫৪৮১ জন,  বেংগালোৰত ২০৫৩ জন,…

শনিবাৰ আৰু দেওবাৰে নৈশ কাৰফিউ দিল্লীত

দিল্লীত শনিবাৰ আৰু দেওবাৰে নিশাৰ কাৰফিউ। এইকথা ঘোষণা কৰিছে দিল্লী চৰকাৰে। দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই আজি নতুন নিষেধাজ্ঞাৰ ওপৰত এখন চৰকাৰী বৈঠক অনুষ্ঠিত কৰে। তাৰ পিছতে কয় যে, দিল্লীত অত্যাধিক হাৰত কভিড` ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবেই  শনিবাৰ আৰু দেওবাৰে…

বৃদ্ধি পাইছে ভাৰতত কভি`ড ৰোগীৰ সংখ্যা

প্ৰতিদিনেই বদ্ধিত হাৰত বৃদ্ধি পাইছে ভাৰতৰ বিভিন্ন ৰাজ্যত কভি`ড ৰোগীৰ সংখ্যা। পাঞ্জাৱত অত্যাধিক হাৰত কভি`ড ৰোগী সংখ্যা বৃদ্ধি হোৱাৰ বাবে পাঞ্জাৱ চৰকাৰে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজ্যখনত নিশাৰ কাৰফিউ জাৰি কৰিছে।  লগতে ঘোষণা কৰিছে সকলো শিক্ষা প্ৰতিষ্ঠান…

সমগ্ৰ দেশৰ চহৰসমূহত সোমবাৰৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে কোভিড টিকাকৰণ আৰম্ভ কৰিছে।

সমগ্ৰ দেশৰ চহৰসমূহত সোমবাৰৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে কোভিড টিকাকৰণ আৰম্ভ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰা মতে, ভাৰত বায়োটেকৰ কভাক্সিন যোগ্য শিশুসকলক প্ৰদান কৰা হ’ব আৰু ২৮ দিনৰ ব্যৱধানত দুটা পালি দিয়া হ`ব। আনহাতে,…

ভাৰতত দিনে দিনে বৃদ্ধি পাইছে কোভিড-১৯ ৰোগীৰ সংখ্য়া

ভাৰতত প্ৰত্যেক দিনে বৃদ্ধি পাইছে কোভিড-১৯। দেওবাৰৰ লৈকে ভাৰতত কভিডত আক্ৰান্ত ২৭,৫৫৩ জন ৰোগী চিনাক্ত হৈছে। মৃত্যু হৈছে ২৮৪ জন। আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিঅনুসৰি ভাৰতত অমিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ১,৫২৫ জন। ৰাজধানী চহৰ দিল্লীত শনিবাৰে ২৭১৬ জন…

ভাৰতত দ্ৰুতগতিত সংক্ৰমিত হৈছে অমিক্ৰণ

ভাৰতত অ’মিক্ৰণ দ্ৰুতগতিত সংক্ৰমিত হৈছে। আজিৰ দিনটোত ভাৰতৰ অ’মিক্ৰনত আক্রান্ত সংখ্যা ১৪৩১ জন, মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৫৪ জন, দিল্লীত ৩৫১ জন, তামিলনাডুত ১১৮ জন, গুজৰাটত ১১৫ জন আৰু কেৰালাত ১০৯ জন । ইফালে দেশখনত যোৱা ২৪ ঘণ্টাত ২২,৭৭৫ জন নতুনকৈ কৰোনাত…