সমগ্ৰ দেশৰ চহৰসমূহত সোমবাৰৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে কোভিড টিকাকৰণ আৰম্ভ কৰিছে।

Share This Article

সমগ্ৰ দেশৰ চহৰসমূহত সোমবাৰৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে কোভিড টিকাকৰণ আৰম্ভ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰা মতে, ভাৰত বায়োটেকৰ কভাক্সিন যোগ্য শিশুসকলক প্ৰদান কৰা হ’ব আৰু ২৮ দিনৰ ব্যৱধানত দুটা পালি দিয়া হ`ব। আনহাতে, ভাৰতত সোমবাৰৰ লৈকে ৩৩,৭৫০ জনলোক কোভিড-১৯ ত আক্ৰান্ত হৈছে। মৃত্যু হৈছে ১২৩ ৰ মৃত্যু হৈছে। দিল্লীত ৩,১৯৪ জন, মুম্বাইত ৮০৬৩ জন কলকাতাত মুঠ ৩১৯৪ জন আক্ৰান্ত হৈছে কভিড-১৯ত। ইফালে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, কভিডৰ তৃতীয় ঢৌ অ`মিক্ৰনত ভাৰতৰ ১৭০০ জন আক্ৰান্ত হৈছে। তাৰে ভিতৰত ৬৩৯ জন আৰোগ্য হৈছে। মহাৰাষ্ট্ৰত সৰ্বাধিক ৫১০ জন আৰু দিল্লীত ৩৫১ জন আক্ৰান্ত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.