Category ক’ভিড

অমিক্রনত আক্ৰান্ত বিশ্বৰ প্ৰথম জন কোভিড ৰোগীৰ মৃত্যুঃ ক’ত?

  ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে আজি কৰোনা ভাইৰাছৰ অমিক্ৰন ভেৰিয়েন্টৰ আক্ৰমণৰ ফলত প্ৰথমজন কোভিড ৰোগীৰ মৃত্যু হোৱাৰ তথ্য ৰাজহুৱা কৰিছে। উল্লেখ্য যে ব্ৰিটেইনে ইতিমধ্যেই ৩০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলোৰে বাবে ভেকচিন বুষ্টাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। সাংবাদিৰ আগত মন্তব্য…

দেশত পুনৰ এদিনতে ক’ভিডত আক্ৰান্ত ৮৭৭৪ গৰাকীঃ চিকিৎসাধীন ১.০৫ লাখ ৰোগী

পুনৰ ভয়ানক ৰূপত আহিছে ক’ভিড। দেশত বিগত ২৪ ঘণ্টাত ৮৭৭৪ গৰাকী নতুন ক’ভিড ৰোগী চিনাক্ত কৰা হৈছে। তদুপৰি মৃত্যু হৈছে ৬২১ গৰাকী লোকৰ। ইয়াকে ধৰি বৰ্তমানলৈকে দেশত মুঠ ৩,৪৫,৭২,৫২৩ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে। আনহাতে মৃত্যুৰ সংখ্যা ৪,৬৪,৫৫৪ লৈ বৃদ্ধি…

ক’ভিডৰ নতুন ভেৰিয়েণ্ট প্ৰতিৰোধ কৰাৰ বাবে কি ব্যৱস্থা লৈছে ভাৰত চৰকাৰে?

বিশ্বজুৰি কভিডৰ দ্বিতীয় ঢৌৰ আতংক অব্যাহত থকাৰ মাজতে নতুনকৈ পোহৰলৈ আহিছে আন এটা ক’ভিড ভেৰিয়েণ্ট। শুক্ৰবাৰে এক বিবৃতি যোগে বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিডৰ নতুন প্ৰকাৰটোক গ্ৰীক বৰ্ণমালাৰ আখৰ ওমাইক্ৰন নাম দি ক’ভিডৰ এটা উদ্বেগজনক প্ৰকাৰ হিচাপে মনোনীত কৰিছে। বিশ্বব্যাপী দেশ…

বিশ্বত অচিৰেই উপলব্ধ হ’ব হুপি ল’ব পৰা ক’ভিড ভেকচিন

বিশ্বত অতি শীঘ্ৰেই উপলব্ধ হ’ব হুপি ল’ব পৰা ক’ভিড ভেকচিন। এই ভেকচিনৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব ৩০০ গুণ। চীন দেশে শেহতীয়াকৈ প্ৰস্তুত কৰিছে হুপি বা ইনহেল কৰি ল’ব পৰা কোভিড ভেকচিনৰ বুষ্টাৰ শ্বট। চীনৰ গ্লোবেল টাইমছত প্ৰকাশিত বাতৰি…

ভাৰতত উৎপাদিত ভেকচিন গ্ৰহণ কৰিলে যাব নোৱাৰিব ব্ৰিটেইনঃ কিন্তু কিয়?

ব্ৰিটেইনৰ ভ্ৰমণৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হব ভাৰতীয় নাগৰিক। বিট্ৰেইনৰ নতুন ভ্ৰমণ নিয়মে ভাৰতৰ ভেকছিন গ্ৰহণ কৰা লোকৰ বিট্ৰেইন ভ্ৰমণত বাধাৰ সৃষ্টি কৰিব পাৰে। দৰাচলতে এই নতুন নিয়মে ভাৰতৰ ভেকছিন গ্ৰহণ কৰা লোকসকলক টিকাকৰণ নকৰা বুলি গণ্য কৰিব। ইয়াৰ অৰ্থ হৈছে…

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিড সংক্ৰমণঃ দেওবাৰৰ দিনটোত প’জিটিভ ২৫৯

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে ক’ভিড সংক্ৰমণ। দেওবাৰৰ দিনটোত ৰাজ্যত ২৮২৫১ টা ক’ভিড পৰীক্ষা সম্পন্ন হোৱাৰ বিপৰীতে ২৫৯ গৰাকী ৰোগীৰ শৰীৰত ধৰা পৰে মাৰাত্মক ক’ভিড। দেওবাৰে প’জিটিভিটিৰ হাৰ ০.৯২ শতাংশ। বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে ৭৪…

আকৌ আহিছে ক’ভিডঃ একে দিনাই দেশত আক্ৰান্ত ৪০,০০০

দেশত অব্যাহত আছে ক’ভিডৰ কালৰূপ। ৰোগীৰ সংখ্যা প্ৰতিদিনে প্ৰায় ৪০০০০ বৃদ্ধি হৈ আছে। শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে ৰাতিপুৱা প্ৰকাশ কৰিছে এই তথ্য । মন্ত্ৰালয়ৰ মতে বিগত ২৪ ঘণ্টাত ৩৮,৯৪৮ নতুন ৰোগী ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। বিগত ২৪ ঘণ্টাত…

সাৱধান! ভাৰতত চিনাক্ত কৰা হৈছে নকল ক’ভিড ভেকচিন

দেশত ক’ভিডৰ ক্ষিপ্ৰ টীকাকৰণ চলি থকাৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আহিছে এটা উদ্বেগজনক খবৰ। বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতি যোগে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত কভিশ্বিল্ডৰ নকল সংস্কৰণ চিনাক্ত কৰা হৈছে। বিবৃতিটোত কোৱা হৈছে যে জুলাইৰ পৰা আগষ্ট মাহৰ…

অক্সিজেনৰ তথ্য কিয় নিদিয়ে কেন্দ্ৰীয় চৰকাৰে ?

ৰাজ্যসভাত কংগ্ৰেছ সাসংদ কে চি বেনুগোপালে কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় চৰকাৰে কৈছিল যে দেশত অক্সিজেনৰ অভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা শূণ্য। অৰ্থাৎ এজনো ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰা নাই। কংগ্ৰেছ সাসংদ বেনুগোপালে কেন্দ্ৰক প্ৰতিখন ৰাজ্যত যোগান ধৰা অক্সিজেনৰ…