Investigative reporting with dedication.

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে ক’ভিড সংক্ৰমণ। দেওবাৰৰ দিনটোত ৰাজ্যত ২৮২৫১ টা ক’ভিড পৰীক্ষা সম্পন্ন হোৱাৰ বিপৰীতে ২৫৯ গৰাকী ৰোগীৰ শৰীৰত ধৰা পৰে মাৰাত্মক ক’ভিড। দেওবাৰে প’জিটিভিটিৰ হাৰ ০.৯২ শতাংশ। বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে ৭৪ গৰাকী লোক। বিগত ২৪ ঘন্টাত ৰাজ্যত মৃত্যু হৈছে ৭ জনকৈ লোকৰ। বৰ্তমান সময়ত ৰিকোভাৰী ৰেট ৯৮.১৮ শতাংশ।




