আৰক্ষী অধীক্ষক আনন্দ মিশ্র ক’ভিড-১৯ পজিটিভ

Share This Article

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্র ক’ভিড-১৯ পজিটিভ। আজি ধৰা পৰে আনন্দ মিশ্ৰৰ দেহত ক’ভিড অৱস্থিতি। বৰ্তমান আৰক্ষী অধীক্ষকজন হোম আইচ’লেছনতে আছে। লগতে ক’ভিড ১৯ ত আক্ৰান্ত হৈছে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু নিৰুপম হাজৰিকা ।
উল্লেখ্য যে, নৱবৰ্ষৰ ৩- ৫ জানুৱাৰী পৰ্যন্ত দুলিয়াজানত অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষক সন্মিলনত অংশগ্ৰহণ কৰিছিল ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকে। কেইবাজনো আৰক্ষী অধীক্ষক আক্ৰান্ত হৈছিল ক’ভিড ১৯ ত। কিন্তু নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.