প্ৰকাশ পালে নতুন SOP…..

Share This Article

প্ৰকাশ পালে নতুন SOP…..

* নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্ফিউ।

* গাড়ী, চিটি বাছত ভেকচিন লোৱা লোকহে মানুহ উঠিব পাৰিব।

* সকলো ব্যৱসায়িক প্ৰতিষ্ঠান নিশা ৯ বজাৰ লৈকেহে খোলা থাকিব।

* ৰেষ্টুৰেণ্ট, ধাবা, হোটেল ৯ বজাৰ লৈকে খোলা থাকিব।

* চৰকাৰী-বেচৰকাৰী কাৰ্যালয় ৯ বজালৈকে খোলা থাকিব।

* ১৫ জানুৱাৰী পৰা ভেকচিন নোলোৱা মানুহৰ বাবে কাৰ্ফিউ।

* বাছ-ৰেষ্টুৰাত ১০০ শতাংশ গ্ৰাহকৰ বাবে আসন।

* গুৱাহাটী মহানগৰত অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব বিদ্যালয়।

* আন জিলাত পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব বিদ্যালয়।

* দ্বাদশ, মেডিকেল, অভিযান্ত্ৰিক কলেজত ১০০ শতাংশ পাঠদান।

* নৱম, দশম, একাদশ শ্ৰেণীৰ সপ্তাহত ৩ দিন পাঠদান।

* নৈশ বাছ চলি থাকিব সান্ধ্য আইনৰ সময়তো।

* বিবাহ-সভাত ২০০ জন মানুহ থাকিব পাৰিব।

* ৩১ জানুৱাৰী লৈকে থাকিব এই নিৰ্দ্দেশনা।

* বিপিএল ৰোগীৰ বাবে অমিক্ৰণ চিকিৎসা বিনামূলীয়া।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.