আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন SOP…..

Share This Article

আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন SOP…..

* নিশা ১০বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন জাৰি।

* মাস্ক পিন্ধাটো বাধ্যতামূলক।

* ভেকচিনৰ দুয়োটা ডজ লোৱা প্ৰমাণ লগত লৈ ফুৰিব লাগিব।

* ৰাতি ভেলাঘৰত থাকিব নোৱাৰিব অসমীয়া।

* পুৱা ৬ বজাৰ পাছতহে জ্বলাব পাৰিব মেজি।

* ৰাজ্যৰ জিলাসমূহত প্ৰাক-প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ।

* গুৱাহাটী মহানগৰীত অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব অফলাইন পাঠদান।

* নৱম, দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদান প্ৰতি সপ্তাহত ৩ দিনকৈ হ’ব।

* দ্বাদশ, মেডিকেল, অভিযান্ত্ৰিক কলেজত ১০০ শতাংশ পাঠদান।

* বিবাহ, উৎসৱ আদিত সমবেত হ’ব নোৱাৰিব ২০০তকৈ বেছি লোক।

* শেষকৃত্যত ১০০ জন লোকহে  উপস্থিত থাকিব পাৰিব।

* গাড়ী, চিটি বাছত ভেকচিন লোৱা লোকহে মানুহ উঠিব পাৰিব।

* সকলো ব্যৱসায়িক প্ৰতিষ্ঠান নিশা ৯ বজাৰ লৈকেহে খোলা থাকিব।

* ৰেষ্টুৰেণ্ট, ধাবা, হোটেল ৯ বজাৰ লৈকে খোলা থাকিব।

* চৰকাৰী-বেচৰকাৰী কাৰ্যালয় ৯ বজালৈকে খোলা থাকিব।

* ১৫ জানুৱাৰী পৰা ভেকচিন নোলোৱা মানুহৰ বাবে কাৰ্ফিউ।

*অকল চিকিৎসালয়লৈহে যাব পাৰিব।

* বাছ-ৰেষ্টুৰাত ১০০ শতাংশ গ্ৰাহকৰ বাবে আসন।

* নৈশ বাছ চলি থাকিব সান্ধ্য আইনৰ সময়তো।

* ৩১ জানুৱাৰী লৈকে থাকিব এই নিৰ্দ্দেশনা।

* বিপিএল ৰোগীৰ বাবে অমিক্ৰণ চিকিৎসা বিনামূলীয়া।

*সাধাৰণ লোকে নিজেই বহন কৰিব লাগিব খৰচ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.