Investigative reporting with dedication.

দেশৰ লগতে ৰাজ্যত কোভিড ৰোগী সংখ্যা দিনে-দিনে পোৱা বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন স্থগিত কৰা হৈছে। অহা ১০জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল এই নিৰ্বাচন। উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়খনত বৰ্তমান ১৪ গৰাকী শিক্ষাৰ্থীৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। লগতে বিশ্ববিদ্যালয়খনত ৭টা ছাত্ৰী নিবাস কটেইনমেণ্ট জন ঘোষণা কৰা হৈছে।




