সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

গ্ৰন্থ

দেৰগাঁৱৰ গ্ৰন্থ বাণিজ্য মেলালৈ ৰাইজৰ সহাঁৰি

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত যোৱা ১১ ডিচেম্বৰৰ পৰৰা দেৰগাঁৱৰ নৰেণ শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত হোৱা গ্ৰন্থ আৰু বাণিজ্য মেলাই ব্যাপক সহাঁৰি লাভ কৰিছে৷ মেলাখনিত থকা প্ৰয়াস গ্ৰন্থ যাত্ৰাৰ বিপনীত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্নজনে গ্ৰন্থ…

অসম গ্ৰন্থমেলা,গুৱাহাটীৰ লাইখুঁটা স্থাপন

ধেমাজি , নলবাৰী আৰু যোৰহাটত সফল সমাপ্তিৰ পাছত এইবাৰ প্ৰস্তুতি চলিছে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত যৌথভাৱে দ্বিতীয়বাৰৰ বাবে আয়োজন…

গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা

গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ'ল নগাঁও গ্ৰন্থমেলা। কবি-সাহিত্যিকৰ সমাৱেশেৰে মুখৰিত নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰ। গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ'ল নগাঁও গ্ৰন্থমেলা । সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ…

নগাঁৱত সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ ‘ভক্তিৰ অনিৰুদ্ধ যাত্ৰা’ উন্মোচন

বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ 'ভক্তিৰ অনিৰুদ্ধ যাত্ৰা' বৃহস্পতিবাৰে বিয়লি নগাঁৱত উন্মোচন কৰা হয় । নগাঁও চহৰৰ কেঞাপট্টিৰ 'বুক নুক কেফে'ত সাহিত্যিক গৰাকীয়ে নিজেই উন্মোচন কৰে অসমৰ…

নুমলীগড়ত একেদিনাই ১৬ খন প্ৰাচীৰ পত্ৰিকা উন্মোচন

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুধবাৰে ১৬ খন ভিন্নধৰ্মী প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে নিজা প্ৰচেষ্টাৰে এই প্ৰাচীৰ পত্ৰিকাকেইখন…

বিহু কৃষ্টি পৰিষদ, অসম-ৰ সৰ্বোচ্চ সন্মান ‘বিহু প্ৰজ্ঞা বঁটা লোক-সংস্কৃতিৰ গৱেষক ডাঃ অমৰেন্দ্ৰ…

বিহু কৃষ্টি পৰিষদ,অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা এখন সাপেখাতী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৭ আগষ্টত অনুষ্ঠিত হয়। পৰিষদৰ উপ-সভাপতি তথা নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কুসুম্বৰ টাই গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কেইবাটাও সিদ্ধান্ত…

‘ফ্ৰিজিডিটি’ বিষয়ক প্ৰথম অসমীয়া উপন্যাস গীতালি বৰাৰ ‘বাসনাহীনা’ উন্মোচন

বাসনাহীনা কেৱল এইকাৰণেই গুৰুত্বপূৰ্ণ নহয় যে এইখন ফ্ৰিজিডিটীক লৈ লিখা ; বৰঞ্চ ইয়াৰ দৰ্শন আৰু বিষয়বস্তু লৈ লেখকে খেলা খেলৰ বাবেহেঃ প্ৰভাত বৰা ‘গীতালিৰ সাহিত্যৰ মই এজন অন্তৰতম পাঠক। এই কিতাপখন উপন্যাস হ'লেও এটা কবিতা বুলিও ক'ব পাৰি; কাৰণ…

ড: হীৰেন গোঁহাইৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে নেকি মনোজ গোস্বামীয়ে?

প্ৰসংগ জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনৰ বঁটা গ্ৰহণ অনুষ্ঠান৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এখন স্মৰণিকা ৷ স্মৰণিকাত প্ৰকাশ পোৱা জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ এটা প্ৰবন্ধ ৷ আৰু তাৰ পাছত প্ৰথিতযশা বুদ্ধিজীৱি ড: হীৰেন গোঁহাইৰ স্পষ্টীকৰণ…

জ্ঞানপীঠ বঁটা গ্রহণ কৰি কি ক’লে নীলমনি ফুকনে?

৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কবি নীলমণি ফুকনে আগবঢ়োৱা ভাষণ ৰবীন্দ্ৰ ভৱন, গুৱাহাটী, অসম ১১ এপ্ৰিল ২০২২ হে মোৰ সপোনৰ সূৰ্যৰ মানুহ, জয় জয়তে সমবেত সুধীসমাজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ। নমস্কাৰ জনাইছোঁ। ২০২১ বৰ্ষৰ জ্ঞানপীঠ সন্মান এই…