সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ড: হীৰেন গোঁহাইৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে নেকি মনোজ গোস্বামীয়ে?

প্ৰসংগ জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনৰ বঁটা গ্ৰহণ অনুষ্ঠান৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এখন স্মৰণিকা ৷ স্মৰণিকাত প্ৰকাশ পোৱা জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ এটা প্ৰবন্ধ ৷ আৰু তাৰ পাছত প্ৰথিতযশা বুদ্ধিজীৱি ড: হীৰেন গোঁহাইৰ স্পষ্টীকৰণ ৷ অসমৰ নতুন বৌদ্ধিক বিতৰ্কৰ বিষয় হৈ পৰিছে আমাৰ অসম কাকতৰ মুখ্য সমপাদক মনোজ কুমাৰ গোস্বামীৰ এটা প্ৰবন্ধ ৷ কি লিখিছিল এই প্ৰবন্ধটোত ? কিয় ক্ষুণ্ণ হৈ পৰিছে ড: হীৰেন গোঁহাই ? চাওক ৰাউণ্ড দ্য ক্লকত-

 

- Donation -

Leave A Reply

Your email address will not be published.