Category গ্ৰন্থ

বিহু কৃষ্টি পৰিষদ, অসম-ৰ সৰ্বোচ্চ সন্মান ‘বিহু প্ৰজ্ঞা বঁটা লোক-সংস্কৃতিৰ গৱেষক ডাঃ অমৰেন্দ্ৰ গগৈলৈ আৰু ‘বিহু মহীয়ান’ বঁটা শিক্ষাবিদ তথা লোক সংস্কৃতিৰ সাধক ড° অনিল শ‌ইকীয়ালৈ

বিহু কৃষ্টি পৰিষদ,অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা এখন সাপেখাতী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৭ আগষ্টত অনুষ্ঠিত হয়। পৰিষদৰ উপ-সভাপতি তথা নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কুসুম্বৰ টাই গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰিষদৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট লোক সংস্কৃতিৰ…

‘ফ্ৰিজিডিটি’ বিষয়ক প্ৰথম অসমীয়া উপন্যাস গীতালি বৰাৰ ‘বাসনাহীনা’ উন্মোচন

বাসনাহীনা কেৱল এইকাৰণেই গুৰুত্বপূৰ্ণ নহয় যে এইখন ফ্ৰিজিডিটীক লৈ লিখা ; বৰঞ্চ ইয়াৰ দৰ্শন আৰু বিষয়বস্তু লৈ লেখকে খেলা খেলৰ বাবেহেঃ প্ৰভাত বৰা ‘গীতালিৰ সাহিত্যৰ মই এজন অন্তৰতম পাঠক। এই কিতাপখন উপন্যাস হ’লেও এটা কবিতা বুলিও ক’ব পাৰি; কাৰণ ইয়াত…

২০২২ বৰ্ষৰ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব যোৰহাটত

*২০২২ বৰ্ষৰ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব যোৰহাটত। *২-১১ডিচেম্বৰৰ পৰা ১০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা।

ড: হীৰেন গোঁহাইৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে নেকি মনোজ গোস্বামীয়ে?

প্ৰসংগ জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনৰ বঁটা গ্ৰহণ অনুষ্ঠান৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এখন স্মৰণিকা ৷ স্মৰণিকাত প্ৰকাশ পোৱা জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ এটা প্ৰবন্ধ ৷ আৰু তাৰ পাছত প্ৰথিতযশা বুদ্ধিজীৱি ড: হীৰেন গোঁহাইৰ স্পষ্টীকৰণ ৷ অসমৰ নতুন…

জ্ঞানপীঠ বঁটা গ্রহণ কৰি কি ক’লে নীলমনি ফুকনে?

৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কবি নীলমণি ফুকনে আগবঢ়োৱা ভাষণ ৰবীন্দ্ৰ ভৱন, গুৱাহাটী, অসম ১১ এপ্ৰিল ২০২২ হে মোৰ সপোনৰ সূৰ্যৰ মানুহ, জয় জয়তে সমবেত সুধীসমাজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ। নমস্কাৰ জনাইছোঁ। ২০২১ বৰ্ষৰ জ্ঞানপীঠ সন্মান এই অকিঞ্চনলৈ আগবঢ়োৱা…

আজি “বিজেপিয়ে মুদ্ৰাস্ফীতি আনিছে” নামৰ গ্ৰন্থ প্ৰকাশ কৰিব কংগ্ৰেছে

ক্ৰমাগত মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি পেলাইছে দেশৰ জনসাধাৰণক। আগন্তুক বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহটো উত্থাপিত হৈছে এই বিষয়। এই সন্দৰ্ভত আজি কংগ্ৰেছে মূল্যবৃদ্ধি বিষয়ক এক বৈঠকত মিলিত হ’ব। তাৰোপৰি “বিজেপিয়ে মুদ্ৰাস্ফীতি আনিছে” শীৰ্ষক এক গ্ৰন্থ প্ৰকাশ কৰিব দলটিয়ে।

১২ দিনত বিক্রী প্ৰায় ৫ কোটি টকাৰ গ্ৰন্থ অসম গ্ৰন্থমেলাত

সামৰণি পৰিল  অসম গ্ৰন্থমেলা । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰী জানুৱাৰীলৈকে ১২ দিনীয়াকৈ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈছিল অসম গ্ৰন্থমেলা।প্ৰথমবাৰৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক…

স্থগিত কৰা হ’ল বিশ্ব গ্ৰন্থমেলা

গ্ৰন্থপ্ৰেমীৰ বাবে এক দুঃখবৰ। স্থগিত কৰা হ’ল বিশ্ব গ্ৰন্থমেলা। দেশত বৰ্ধিত কোৰোনা আৰু অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে স্থগিত কৰা হৈছে গ্ৰন্থমেলা। নতুন দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত হ’বলগীয়া ৩০ সংখ্যক বিশ্ব গ্ৰন্থমেলাৰ আয়োজকসকলে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰগতি মৈদানত…

কাৰ নামেৰে পৰিচিত হ’ব খেল ৰত্ন পুৰষ্কাৰ ?

ভাৰতীয় হকী দলে অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছতে হকীৰ যাদুকৰ হিচাপে পৰিচিত ধ্যানচান্দৰ নাম হঠাৎ চৰ্চালৈ আহিছে ৷ তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ‘ৰাজীৱ গান্ধী খেলৰত্ন পুৰষ্কাৰ’ৰ নাম ‘মেজৰ ধ্যানচান্দ খেলৰত্ন পুৰষ্কাৰ’লৈ সলনি কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা…