সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কাৰ নামেৰে পৰিচিত হ’ব খেল ৰত্ন পুৰষ্কাৰ ?

ভাৰতীয় হকী দলে অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছতে হকীৰ যাদুকৰ হিচাপে পৰিচিত ধ্যানচান্দৰ নাম হঠাৎ চৰ্চালৈ আহিছে ৷ তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ‘ৰাজীৱ গান্ধী খেলৰত্ন পুৰষ্কাৰ’ৰ নাম ‘মেজৰ ধ্যানচান্দ খেলৰত্ন পুৰষ্কাৰ’লৈ সলনি কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰি কয় ,” সমগ্ৰ ভাৰতৰ বহু লোকে খেলৰত্ন পুৰষ্কাৰৰ নাম মেজৰ ধ্যানচান্দ খেলৰত্ন পুৰষ্কাৰ ৰাখিবলৈ মোক অনুৰোধ জনাইছে ৷ তেওলোকৰ চিন্তাক সমৰ্থন জনাই খেলৰত্ন পুৰষ্কাৰ এতিয়াৰে পৰা ‘মেজৰ ধ্যানচান্দ খেলৰত্ন পুৰষ্কাৰ’ হিচাপে পৰিচিত হ’ব ৷”

Leave A Reply

Your email address will not be published.