সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#thecrosscurret

চন্দ্ৰ শেখৰ আজাদে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কৰিব প্ৰতিদ্বন্দিতা

আগন্তক বিধানসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ গোৰখপুৰ সমষ্টিৰ পৰা ভীম সেনাৰ মুৰব্বী চন্দ্ৰ শেখৰ আজাদে  প্ৰতিদ্বন্দিতা কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কৰিব প্ৰতিদ্বন্দিতা। আজি আজাদ সমাজ পাৰ্টিয়ে(এএছপি)এই কথা ঘোষণা কৰে।…

সমাজবাদী পাৰ্টীৰ প্ৰমোদ গুপ্তা আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা মৌৰ্যৰ বিজেপিত যোগদান

উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ প্ৰেক্ষাপট এতিয়া প্ৰতি মূহুর্তত সলনি হৈছে। শাসনাধিস্থ বিজেপি দলৰ পৰা ৩ জন মন্ত্রী আৰু ১০ জন বিধায়কে সমাজবাদী পাৰ্টিত যোগদান কৰা পাছতেই সমগ্র দেশতেই চৰ্চা লাভ কৰিছিল উত্তৰ প্ৰদেশৰ ৰাজনীতি। কিন্তু বুধবাৰে সমাজবাদী…

টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা

ভাৰতৰ মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা। সকলো ধৰণৰ টেনিছ খেলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে ছানিয়া মিৰ্জাই। ৩৫ বছৰীয়া মিৰ্জাই ২০২২ বৰ্ষৰ শেষৰফালে অৱসৰ গ্ৰহণ কৰিব।  অষ্ট্ৰেলিয়ান অপেন ২০২২ৰ পৰা প্ৰথম ৰাউণ্ডতে বাহিৰ হোৱাৰ পিছতেই…

অসমৰ ৬৯০ বৰ্গ কিঃমিঃ ভূমি চুবুৰীয়া ৰাজ্যক এৰি দিবনে অসমবাসীয়ে?

অসমৰ ৬৯০ বর্গ কিলোমিটাৰ ভূমি চুবুৰীয়া ৰাজ্যক এৰি দিবনে অসমবাসীয়ে? এই শিৰোনামাৰেই অসমবাসীলৈ এখন মুকলি চিঠি লিখিছে অখিল গগৈয়ে৷ চিঠিখনৰ হুবহু তলত আগবঢ়াইছোঁ৷ শ্রদ্ধেয় অসমবাসী ৰাইজ, প্রথমে মোৰ সেৱা গ্ৰহণ কৰিব। এটি জৰুৰী বিষয়ত আপোনালোকলৈ…

বিপিন ৰাৱটৰ ভাতৃয়ে যোগ দিলে বিজেপিত

ভাৰতৰ প্ৰথম চীফ অৱ দ্য ডিফেন্স ষ্টাফ প্ৰয়াত বিপিন ৰাৱটৰ ভাতৃ বিজয় ৰাৱটে বিজেপিত যোগদান কৰিছে ৷বুধবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিঙ ধামিৰ উপস্থিতিত তেও বিজেপি দলত যোগদান কৰে ৷ বিজয় ৰাৱট ভাৰতীয় সেনাৰ এগৰাকী অবসৰপ্ৰাপ্ত কৰ্ণেল ৷তেও…

বিমান বন্দৰত ৫ জি সেৱা : আমেৰিকালৈ বিমানৰ উৰণ বন্ধ কিয় ?

আমেৰিকাত আৰম্ভ হোৱা ৫ জি সেৱাৰ বাবে বিমান যাত্ৰী আৰু বিমান সেৱা কোম্পেনীসমূহৰ মাজত হাহাকাৰ লাগিছে ৷ ভাৰতৰ লগতে বিশ্বৰ কেইবাখনো দেশে আমেৰিকালৈ যোৱা বিমানসেৱা স্থগিত ৰাখিছে ৷ যাৰ বাবে বিমানযাত্ৰা ব্যাহত হৈ পৰিছে ৷ পি টি আইৰ বাতৰি অনুসৰি এয়াৰ…

অৰুণাচলৰ যুৱকক অপহৰণ কৰিলে চীনৰ সেনাই : প্ৰধানমন্ত্ৰী নীৰৱ কিয় ?

অৰুণাচল প্ৰদেশৰ এজন ১৭ বছৰীয়া যুৱকক চীনা সেনাই অপহৰণ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ এই অভিযোগ কৰিছে খোদ অৰুণাচলৰ বিজেপি সাংসদ তাপিত গাৱে ৷ মিৰাম তাৰোণ নামৰ যুৱকজনক চীনা সেনাই অপহৰণ কৰা বুলি তাপিৰ গাৱে টুইটযোগে সদৰী কৰিছে ৷ পিটিআইৰ বাতৰি অনুসৰি…

ঘৃণাৰ প্ৰচাৰত কিয় ধন বিনিয়োগ কৰিছে আম্বানীয়ে ?

ভাৰতীয় সংবাদ মাধ্যমৰ আত্মসমৰ্পনৰ কাহিনী নিশ্চয় আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ বিশেষকৈ দেশত বিজেপি শাসনলৈ অহাৰ পাছৰে পৰা মূলসুঁতিৰ প্ৰায়বোৰ সংবাদ মাধ্যম হৈ পৰিল চৰকাৰৰ সমৰ্থক ৷ সমৰ্থক ছেটেলাইট চেনেলবোৰ লাহে লাহে প্ৰশংসকত পৰিণত হ’ল ৷…

মেডিকেল শিক্ষাত অ’ বি চিৰ বাবে ২৭ % সংৰক্ষণ বাহাল ৰাখি কি ক’লে উচ্চতম ন্যায়ালয়ে ?

চিকিৎসা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ নামভৰ্তিৰ ক্ষেত্ৰত অন্যান্য পিছপৰা জাতি (অ’ বি চি)ৰ বাবে ২৭ শতাংশ সংৰক্ষণ বাহাল ৰাখিছে উচ্চতম ন্যায়ালয়ে ৷ নীটৰ ক্ষেত্ৰত এই সংৰক্ষণ প্ৰযোজ্য হৈ থাকিব বুলি ৰায়দান কৰি ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু এ এছ…

নিজৰ দখলত থকা উত্তৰাখণ্ড,গোৱা,মনিপুৰ আৰু উত্তৰ প্ৰদেশত সংকটাপন্ন কিয় বিজেপি?

সমাগত ৫ ৰাজ্যৰ বিধানসভা নির্বাচন৷উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,পঞ্জাৱ,গোৱা আৰু মনিপুৰত হব নির্বাচন৷ ইয়াৰে পঞ্জাৱক বাদ দি উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,গোৱা আৰু মনিপুৰ চাৰিখন ৰাজ্যৰে শাসনৰ গাদীত অধিষ্ঠিত বিজেপি৷ কিন্তু এই নির্বাচনত এই চাৰিখন ৰাজ্যতেই…