বিপিন ৰাৱটৰ ভাতৃয়ে যোগ দিলে বিজেপিত

Share This Article

ভাৰতৰ প্ৰথম চীফ অৱ দ্য ডিফেন্স ষ্টাফ প্ৰয়াত বিপিন ৰাৱটৰ ভাতৃ বিজয় ৰাৱটে বিজেপিত যোগদান কৰিছে ৷বুধবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিঙ ধামিৰ উপস্থিতিত তেও বিজেপি দলত যোগদান কৰে ৷ বিজয় ৰাৱট ভাৰতীয় সেনাৰ এগৰাকী অবসৰপ্ৰাপ্ত কৰ্ণেল ৷তেও সমাগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলিও খবৰ ওলাইছে ৷ বিপিন ৰাৱট আৰু বিজয় ৰাৱটৰ পিতৃও এজন সেনা বিষয়া আছিল আৰু বিজেপিৰ অতি ঘণিষ্ঠ হিচাপে পৰিচিত আছিল ৷ বিজেপিত যোগদান কৰাৰ পাছত বিজয় ৰাৱটে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ভিজনৰ প্ৰতি আকৰ্ষিত হৈ তেও বিজেপি দলত যোগদান কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.