Tag #thecrosscurret

চৰকাৰৰ বিৰুদ্ধে কিয় উচ্চতম ন্যায়ালয়লৈ যাব প্ৰদেশ কংগ্ৰেছ ?

মেঘালয়ক অসমৰ ভূমি এৰি দিয়াক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মেঘালয়ক অসমৰ ভূমি গতাই দিয়াৰ বিৰুদ্ধে আজি মহানগৰীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ হৈ সভাপতি ভূপেন বৰা আৰু…

আৰু এসপ্তাহলৈ নিষিদ্ধ নিৰ্বাচনী সভা-সমদল

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ ৰাজ্যত নিৰ্বাচনী সভা , সমদলৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল ৰাখিছে নিৰ্বাচন আয়োগে ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শণিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচন আয়োগৰ বৈঠকত নিৰ্বাচনী সভা-সমদল আৰু এসপ্তাহলৈ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ এই বৈঠকত কেন্দ্ৰৰ…

আগন্তুক গণৰাজ্য দিৱস উপলক্ষে নতুন SOP জাৰি

আগন্তুক গণৰাজ্য দিৱস উপলক্ষে নতুন SOP জাৰি। SOPৰ নিয়ম অনুসৰিহে পালন কৰিব লাগিব ৰাজ্যবাসীয়ে গণৰাজ্য দিৱস। – *ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু অতিথিৰ ভাষণত থাকিব সীমাবদ্ধতা * গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ উদযাপনত সৰ্বাধিক ১০০০ জন লোক উপস্থিত থাকিব পাৰিব *জিলা পৰ্যায়ত ৫০০…

২২ নাগৰিকৰ মৃত্যুৰ পাছতো উত্তৰ প্ৰদেশত ‘কা’ কিয় ইছ্যু নহয় ?

২০১৯ চনৰ ডিচেম্বৰ মাহত দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৃষ্টি হৈছিল গণজাগৰণৰ ৷ অসমৰ পৰা উত্তৰ প্ৰদেশলৈ সকলোতে ‘কা’ বিৰোধী আন্দোলনে উত্তাল কৰিছিল ৰাজপথ ৷ কেৱল উত্তৰ প্ৰদেশত ‘কা’ বিৰোধী আন্দোলনত ২২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ৷ ইয়াৰ পাছতে হিংসাত্মক…

দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াত অমান্তি দিল্লীৰ উপ-ৰাজ্যপালৰ

শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়। পৰবৰ্তী সময়ত কেজৰিৱালে উপ-ৰাজ্যপাল অনিল বেইজাললে অন্তিম অনুমোদনৰ বাবে প্ৰস্তাৱটি প্ৰেৰণ কৰিছিল।  অনিল বেইজালে এই প্ৰস্তাৱত সন্মতি প্ৰদান নকৰিলে। কিন্তু তেখেতে ব্যক্তিগত প্ৰতিষ্ঠান সমূহত ৫০% কৰ্মচাৰী…

স্বাস্থ্য মন্ত্ৰালয়ে মাস্ক পৰিধান নকৰিবলৈ আহ্বান জনালে এইসকল লোকক….

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো বৰ্তমান ক’ভিড ১৯ য়ে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে৷ লগতে ৰাজ্যবাসীয়ো ক’ভিডৰ তৃতীয়টো ঢৌত আক্রান্ত হৈছে। শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে মাস্কৰ সন্দৰ্ভত জাৰি কৰিছে নতুন নিৰ্দেশনা। স্বাস্থ্য মন্ত্রণালয়ে কয়, ৫ বছৰ বা তাতকৈ কম বয়সৰ শিশুৰ বাবে…

IAS Controversy:মমতাৰ সৈতে সুৰ মিলাইছে কিয় এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ?

আই এ এছ কেডাৰ আইনৰ সংশোধনক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত একে সুৰতে সুৰ মিলাইছে কেবাখনো এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷ কেন্দ্ৰীয় চৰকাৰে আই এ এছ কেডাৰ আইনত এক গুৰুত্বপূৰ্ণ সংশোধনী আনিব বিচাৰিছে ৷ সেই অনুসৰি এতিয়াৰ…

গোৱাত শিৱসেনা, এন চি পি আৰু তৃণমূল কংগ্ৰেছৰ মহাজোঁটবন্ধন হ’ল নেকি ?

দেশৰ আন চাৰি ৰাজ্যৰ লগতে গোৱাৰ বিধানসভা নিৰ্বাচন সমাগত ৷ সৰু ৰাজ্য হ’লেও গোৱাৰ নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিছে ৷ কাৰণ , কংগ্ৰেছ আৰু বিজেপিৰ দখলত থকা ৰাজ্যখনত এইবাৰ সোমাই পৰিছে আম আদমি পাৰ্টী , তৃণমূল কংগ্ৰেছ , এন চি…

গ্ৰেপ্তাৰ হ’ব উদ্ধব ভৰালী,জামিন আবেদন নাকচ ন্যায়ালয়ৰ

গ্ৰেপ্তাৰ হব উদ্ধব ভৰালী৷গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে জামিন আবেদন। কেচ ডায়েৰী চোৱাৰ পিছত বৃহস্পতি বাৰে নাকচ কৰে জামিন আবেদন। পূৰ্বতে উচ্চ ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালিন জামিন মঞ্জুৰ কৰিছিল। ভুক্তভোগীৰ বাণীবদ্ধ ভাষ্য শুনাৰ পিছত আদালতৰ এই সিদ্ধান্ত। ভৰালী বিৰুদ্ধে এগৰাকী তুলি লোৱা…

চৰকাৰী পৰিসংখ্যাতকৈ নগুণ অধিকৰ মৃত্যু হৈছে ক’ভিডত!

গুজৰাট আৰু তেলেংগানা চৰকাৰে ক’ভিডত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়ক ৫০,০০০ টকাৰ অনুকম্পামূলক সাহাৰ্য দিয়াৰ ঘোষণা কৰিছে৷ কিন্তু চৰকাৰী তথ্যতকৈ গুজৰাটত নগুণ আৰু তেলেংগানাত সাতগুণ অধিকে এই সাহাৰ্য বিচাৰি আবেদন কৰিছে৷ কোভিড’ত কিমানৰ মৃত্যু হৈছে-তাক লৈ হোৱা কেইবাটাও বেচৰকাৰী অধ্যয়নত ভাৰতত…