সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#thecrosscurret

কোনোবাই দুশ টকা পালে,কোনোবাই নাপালে৷৷ নৰেন্দ্ৰ মোদীৰ ডিব্ৰুগড়ৰ সভালৈ আহি কাৰ কি দশা হ’ল?

কোনোবাই দুশ টকা পালে,কোনোবাই নাপালে৷ ৰেলত উঠাই মিটিংলৈ অনা ৰাইজক এৰি দিলে ষ্টেচনত৷ কোনোবাই পখৰ ৰদতো ৮ কিলোমিটাৰ খোজকাঢ়ি যাব লগা হল সভালৈ৷ কোনোবাই ভোকতে কটাব লগা হ'ল এটা দিন৷ নৰেন্দ্ৰ মোদীৰ ডিব্ৰুগড়ৰ সভালৈ আহি কাৰ কি দশা হ'ল? এক প্ৰতিবেদন৷…

ক’ৰ টকা খৰছ কৰা হৈছে মোদীৰ সভাত?

এফালে মোদীৰ সভাত ব্যয় হৈছে কোটি কোটি টকা। আনফালে কেন্দ্রৰ পৰা পাব লগা ধন বিচাৰি গৰজি উঠিছে ৰাজ্য চৰকাৰ সমূহ। কিন্তু মোদীৰ সভাত ক'ৰ টকা খৰচ কৰা হৈছে? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক…

বিজেপিক নেতাক দেখুৱাই দিব লাগে মূল্য বৃদ্ধি ক’ত কিমান হৈছে

কিহৰ দাম বৃদ্ধি হৈছে?দাম বৃদ্ধি ক'ত হৈছে উদাহৰণ দিয়ক বুলি দম্ভালি মাৰিছিল সাংসদ কামাখ্যা প্ৰসাদ তাছাই। ধনী মানুহৰ দল বিজেপিৰ বাবে দেশত কতো মল্যবৃদ্ধি হোৱা নাই। দাম বৃদ্ধিৰ কথা সুধিলে সাংবাদিকক ওলোটাই ধমক সোধায় বিজেপি নেতাই। কিন্তু তথ্যই কয়…

ৰিপুন বৰা হ’ব কংগ্রেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী

৩১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ কংগ্রেছৰ প্ৰাৰ্থী নাম চূড়ান্ত হ'ল। ৰিপুন বৰা হ'ব কংগ্রেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী। ৫ প্ৰাৰ্থীৰ নাম কংগ্রেছ হাইকামাণ্ডলৈ প্ৰেৰণ কৰিছিল APCC য়ে। হাইকামাণ্ডে ৰিপুন বৰাৰ নাম অনুমোদন জনাইছে।

নিৰ্বাচনী সভাত কেজৰিৱালৰ ৩৮ টা বক্তৃতা ৷ কিন্তু এবাৰলৈও নাম নল’লে মোদীৰ ৷ কিয় ?

নিৰ্বাচনী সভাত কেজৰিৱালৰ ৩৮ টা বক্তৃতা ৷ কিন্তু এবাৰলৈও নাম নল’লে মোদীৰ ৷ কিয় ? পলিটিক্স অৱ দ্য ডেত চাওক বিস্তৃত আলোচনা - স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি –…

১৬ কৌটি টকাৰে মণিপুৰত উগ্ৰপন্থীৰ ভোট কিনিলে নেকি বিজেপিয়ে ?

মণিপুৰত আজি অনুষ্ঠিত হৈ আছে দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ৷ কিন্তু তাৰ পূৰ্বে শাসনাধিষ্ঠিত বিজেপি দলৰ বিৰুদ্ধে উত্থাপণ হৈছে এক গুৰুতৰ অভিযোগ ৷ দলটোৰ বিৰুদ্ধে উত্থাপণ হৈছে কৌটি কৌটি টকা ধনৰ বিনিময়ত নিষিদ্ধঘোষিত উগ্ৰপন্থীৰ সমৰ্থন আদায়…

নাটোৰ ভূমিকাত তীব্ৰ অসন্তুষ্টি ইউক্ৰেইনৰ

নাটোৰ ভূমিকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি বোলোডিমিৰ জেলেনস্কিয়ে ৷ তেওঁ প্ৰতিবেশী ৰাষ্ট্ৰসমূহক তেওঁলোকৰ আকাশমাৰ্গ ন’ ফ্লাই জ’ন হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাইছিল ৷ কিন্তু নাটোয়ে সেই আহ্বান নস্যাৎ কৰে ৷ ইয়াকে…

যুদ্ধ বিৰতি ঘোষণা ৰাছিয়াৰ

যুদ্ধ আৰু কৰিব বিচৰা নাই ৰাছিয়াই। যুদ্ধ বিৰতি ঘোষণা কৰিছে ৰাছিয়াই। গ্লাম কৰিডৰ নিৰ্মাণৰ বাবে যুদ্ধ বিৰতি ঘোষণা প্ৰৱল প্ৰতাপী ৰাছিয়াৰ। বিদেশী নাগৰিক উদ্ধাৰৰ বাবে এই সিদ্ধান্ত। এই কথা ঘোষণা কৰিছে UNSC ত ৰাছিয়াৰ ৰাষ্ট্ৰদূতে।

জুম্মা নামাজৰ সময়ত শৰীৰত বোমা লগাই মছজিদৰ ভিতৰত প্ৰৱেশ বোমাৰুৰ

পাকিস্তানৰ পেচাবৰৰ এটা মছজিদত জুম্মা নামাজ পঢ়িবলৈ যোৱাই যেন কাল হ'ল ইছলাম ধৰ্মাৱলম্বীলোকসকলৰ। জুম্মা নামাজৰ সময়ত শৰীৰত বোমা লগাই মছজিদৰ ভিতৰত প্ৰৱেশ বোমাৰুৰ। ভয়ংকৰ বোমা বিস্ফোৰণত ফলত থিতাতে নিহত হয় প্ৰায় ৩০ জনলোক। পৰৱৰ্তী সময়ত মৃত্যুৰ…

মেঘালয়ত নিষিদ্ধ চি বি আই তদন্ত !

ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে চি বি আয়ে মেঘালয়ত কোনো অনুসন্ধান চলাব নোৱাৰিব ৷ এন পি পি নেতৃত্বাধীন মেঘালয় চৰকাৰে শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে মেঘালয় চৰকাৰ এতিয়াও এন ডি এ মিত্ৰজোটৰ অংশীদাৰ ৷ চি বি আই তদন্ত বাধা আৰোপ কৰা…