সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰিপুন বৰা হ’ব কংগ্রেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী

৩১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ কংগ্রেছৰ প্ৰাৰ্থী নাম চূড়ান্ত হ’ল। ৰিপুন বৰা হ’ব কংগ্রেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী। ৫ প্ৰাৰ্থীৰ নাম কংগ্রেছ হাইকামাণ্ডলৈ প্ৰেৰণ কৰিছিল APCC য়ে। হাইকামাণ্ডে ৰিপুন বৰাৰ নাম অনুমোদন জনাইছে।

Leave A Reply

Your email address will not be published.