Tag #thecrosscurret

লাচিত ঘাটত মুখ্যমন্ত্ৰীয়ে আজি মুকলি কৰিব ৫ খনকৈ নতুন ফেৰী

ৰাজ্যৰ জলপৰিবহণ বিভাগত নব সংযোজন। আজি মহানগৰীৰ লাচিত ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব ৫ খনকৈ নতুন ফেৰী। ব্ৰহ্মপুত্ৰৰ বুকুত চলাচল কৰিব লোহিত, সোনাই, প্ৰতিমা, বিশাল আৰু বিক্ৰান্ত নামৰ ফেৰী কেইখনে। লোহিত চলাচল কৰিব যোৰহাটৰ নিমাতী ঘাটৰ পৰা কমলাবাৰী…

১৭ ছেপ্টেম্বৰত GST পৰিষদৰ বৈঠক! পেট্ৰল, ডিজেলৰ ক্ষেত্ৰত কি সিদ্ধান্ত ?

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত ১৭ ছেপ্টেম্বৰত দেশত অনুষ্ঠিত হব GST পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠক। এই বিশেষ বৈঠকখনতেই পেট্ৰল, ডিজেলৰ এক দেশ, এক মূল্যৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে আৰু যদি সদস্য সকলে এটা সিদ্ধান্তত সন্মতি প্ৰদান কৰে তেন্তে পেট্ৰল, ডিজেলৰ…

কেনে আছে উত্তৰ প্ৰদেশৰ হাথৰাছৰ জঘন্য দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়াল?

উত্তৰ প্ৰদেশৰ হাথৰাছৰ জঘন্য দলবদ্ধ ধৰ্ষণ কাণ্ডই অতিক্ৰম কৰিলে এটা বছৰ। ন্যায় বিচাৰি এতিয়াও হাবাথুৰি খাইছে ভুক্তভোগী দুৰ্ভগীয়া কিশোৰী গৰাকীৰ পৰিয়াল। কিন্তু কেনে আছে সমাজৰ প্ৰতিবন্ধকতা আৰু শোষণ-নিষ্পেষণে জুৰুলা কৰা হাথৰাছৰ সেই বিশেষ পৰিয়ালটো? উত্তৰ প্ৰদেশত সমাগত বিধানসভা নিৰ্বাচন কিন্তু…

সুখবৰঃ অসমত হ্ৰাস পাইছে ক’ভিড সংক্ৰমণ

ক’ভিড সৃষ্ট পৰিস্থিতি আৰু তলাবন্ধই জনসাধাৰণক মাধমাৰ সোধাই থকাৰ মাজতে অসমবাসীৰ বাবে আহিছে এটা সুখবৰ। অসমত হ্ৰাস পাইছে ক’ভিড সংক্ৰমণ। বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ৪৯৩ জন ব্যক্তি। ইয়াৰ পূৰ্বে সোমবাৰৰ দিনটোত ৰাজ্যত আক্ৰান্ত হৈছিল ৫৬৪ জন ব্যক্তি।…

নিষ্ঠুৰ নিয়তি! বগা সাজ পিন্ধি নামঘৰলৈ যোৱা পৰীমিতা গাত বগা কাপোৰ মেৰিয়াই উভতি আহিল ঘৰলৈ…

দুচকুত অযুত স্বপ্ন লৈ মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰিছিল পৰীমিতা দাসে৷ বিগত ফেব্রুৱাৰী মাহত এক নতুন উদ্যমেৰে মহাবিদ্যালয়খনত যোগদান কৰিছিল পৰীমিতাই৷ কিয়নো তেওঁৰ অন্যতম প্রিয় স্থানসমূহৰ এটা স্থান আছিল মাজুলী৷ চাকৰিত যোগদানৰ পাছতে ফেচবুকত এই কথা প্রকাশো…