Tag #thecrosscurret

সেনাৰ গুলীত ১২ নীৰিহৰ মৃত্যু : কি কয় আছাম ৰাইফলছে ?

নাগালেণ্ডৰ গুলীচালনাৰ ঘটনাক লৈ বিবৃতি প্ৰকাশ কৰিছে আছাম ৰাইফলছে ৷ নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ গুলীত নিহত হৈছিল কমেও ১২ গৰাকী নীৰিহ লোক ৷ এই ঘটনাৰ পাছত আছাম ৰাইফলছে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে শণিবাৰৰ ঘটনাৰ বাবে তেওলোক…

তামিলনাডুত চৰকাৰী চাকৰিৰ বাবে তামিল ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক

তামিলনাডুত চৰকাৰী চাকৰিৰ বাবে তামিল ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলক নহ’ব অসমীয়া ভাষাৰ পৰীক্ষা ৷ অসম চৰকাৰে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সদম্ভে এপিএছছিৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত প্ৰত্যাহাৰ…

নাগালেণ্ডৰ সেনাৰ গুলীত নিহত ১২ নিৰীহ লোক

সেনা বাহিনীৰ গুলীত নিহত হ’ল নাগালেণ্ডৰ ১২ গৰাকী নীৰিহ নাগৰিক ৷ নাগালেণ্ডৰ মন জিলাত সেনাৰ সন্ত্ৰাসদমন অভিযানৰ সময়ত এই দুৰ্ভাগ্যজনক ঘটনাতো সংঘটিত হয় ৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি মন জিলাত ভুলবশত: সেনাই গুলীচালনা কৰাত ১২ জন নীৰিহ লোকৰ মৃত্যু ঘটে…

এটা শ্লগান আছিল বৃহৎ নদীবান্ধ নবন্ধাও,ঠিক তেনেকৈ আন এটা শ্লগান আছিল যে বৃহৎ নদীবান্ধ বন্ধাবলৈ নিদিওঁ।

এটা শ্লগান আছিল অসম আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ আৰু আনটো শ্লগান আছিল অসমৰ জাতীয়তাবাদী দল সংগঠনৰ।কিন্তু এই সকলোবোৰৰ অন্তত এতিয়া কাৰ্যক্ষমৰ দিশে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প।গুৱাহাটীত উপস্থিত হৈ ২০২২ চনৰ আগষ্ট মাহৰ পৰা বিদ্যুৎ উৎপাদনৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় শক্তি…

কেনেকৈ কোটিপতি হৈছিল ৰতন টাটা?

ৰতন টাটালৈ অসম বৈভব সন্মান প্ৰদান কৰিছে অসম চৰকাৰে৷কেঞ্চাৰ চিকিৎসা সেৱাত অসমলৈ আগবঢ়োৱা সেৱাৰ বাবে ৰতন টাটাক প্ৰদান কৰা হৈছে অসম বৈভব সন্মান৷দেশৰ এইজন উদ্যোগপতি বর্তমান টাটা চনচ আৰু টাটা গ্ৰুপৰ অধ্যক্ষ৷ প্ৰায় ১০০ টা কোম্পানীৰ সাম্ৰাজ্য তথা ৬৭ বিলিয়ন…

অসম আৰক্ষীৰ বিৰুদ্ধে দেশৰ ভিতৰতেই সর্বাধিক গোচৰ

আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ক্ষেত্ৰত এটা বছৰত দেশৰ ভিতৰতেই সর্বাধিক গোচৰ ৰুজু হৈছে অসম আৰক্ষীৰ বিৰুদ্ধে৷নেচনেল ক্ৰাইম ৰেকর্ড ব্যুৰ তথ্য অনুসৰি ২০২০ চনত দেশত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হৈছে সর্বমুঠ ৪৭২০ টা গোচৰ৷কিন্তু তাৎপর্যপূর্ণভাবে কেৱল অসম আৰক্ষীৰ বিৰুদ্ধেই ৰুজু হৈছে…

ইউ এ পি এ আইন : গ্ৰেপ্তাৰ ১৯৪৮ , দোষী সাব্যস্ত কেৱল ৩৪

আন ল ফুল এক্টিভিটিজ প্ৰিভেনছন এক্ট চমুকৈ ইউ এ পি এৰ অধীনত ২০২০ চনত দেশত ১,৩২১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ২০১৯ চনত এই আইনৰ অধীনত ১, ৯৪৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত…

ক’ৰোনাৰ নতুন ৰূপ অমিক্ৰ’ন কি . কিমান ভয়ানক ?

ক’ৰোনা ভাইৰাছৰ নতুন ভেৰিয়েন্ট অমিক্ৰ’নৰ উপস্থিতি ভাৰততো ধৰা পৰিছে ৷ বৃহস্পতিবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লাভ আগৰৱালাই এক সংবাদমেলত সদৰী কৰে যে কৰ্ণাটকত দুজন লোকৰ দেহত অমিক্ৰ’নৰ সংক্ৰমন ধৰা পৰিছে৷ দক্ষিণ আফ্ৰিকাৰ পৰা অহা লোক সুজন ২৭ অক্টোবৰৰ পৰা কোৱাৰেন্টাইনত…

কৃষকৰ আয় দুগুণ হবলৈ মাত্ৰ কেইটামান দিন ৷

২০২২ চনত দেশৰ কৃষকসকলৰ আয় দুগুণ হব৷সেই কথা কৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷কেনেদৰে কৃষকৰ আয় দুগুন কৰিব পৰা যায় , তাৰ কৌশল নিৰূপনৰ বাবে ২০১৬ চনৰ এপ্ৰিল মাহত মন্ত্ৰীসকলক লৈ এখন বিশেষ সমিতি গঠন কৰা হৈছিল ৷ এই সমিতিয়ে ২০১৮ চনৰ…

তুবালুৰ মৰ্মগাঁথা : চাৰিওফালে সাগৰ কিন্তু খাবলৈ এটুপি পানী নাই

এবাৰ চকু মুদি মনত পেলাওক আপোনাৰ গাওখন , আপোনাৰ এৰি অহা ঘৰখনৰ কথা ৷ পৃথিৱীৰ সকলোতকৈ ভাল লগা , আপোনা ঠাই , নিজৰ গাওখনেই নহয় জানো ? কিন্তু লাহে লাহে পৃথিৱীৰ ভূগোলৰ পৰাই যদি অদৃশ্য হৈ পৰে ঘৰখন , গাওখন…