কোনোবাই দুশ টকা পালে,কোনোবাই নাপালে৷৷ নৰেন্দ্ৰ মোদীৰ ডিব্ৰুগড়ৰ সভালৈ আহি কাৰ কি দশা হ’ল?

কোনোবাই দুশ টকা পালে,কোনোবাই নাপালে৷ ৰেলত উঠাই মিটিংলৈ অনা ৰাইজক এৰি দিলে ষ্টেচনত৷ কোনোবাই পখৰ ৰদতো ৮ কিলোমিটাৰ খোজকাঢ়ি যাব লগা হল সভালৈ৷ কোনোবাই ভোকতে কটাব লগা হ’ল এটা দিন৷ নৰেন্দ্ৰ মোদীৰ ডিব্ৰুগড়ৰ সভালৈ আহি কাৰ কি দশা হ’ল? এক প্ৰতিবেদন৷

Leave a Reply

Your email address will not be published. Required fields are marked *