সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#thecrosscurret

ৰাছিয়ান সেনাৰ দখলত ইউক্ৰেইনৰ নিউক্লিয়াৰ প্লান্ট

নৱম দিনাও অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ ৷ তাৰ মাজতে ৰুছ সেনাই জপৰোজিয়া নিউক্লিয়াৰ প্লান্ট নিজৰ দখললৈ নিছে ৷ ইউক্ৰেইনৰ এই নিউক্লিয়াৰ প্লান্টৰ প্ৰশাসনিক আৰু নিয়ন্ত্ৰণ বিভাগ ৰুছ সেনাই দখল কৰি লয় ৷ তাৰ পূৰ্বে হোৱা গুলীয়াগুলীত ৩৩ জন…

ইউক্ৰেইনত গুলীবিদ্ধ আৰু এজন ভাৰতীয় ছাত্ৰ

ৰাছিয়া – ইউক্ৰেইনৰ যুদ্ধত আহত হৈছে আৰু এজন ভাৰতীয় ছাত্ৰ ৷ এখন কেবত লিয়েভ চহৰৰ দিশে গৈ থকা অৱস্থাত গুলীয়ে তেওক আঘাত কৰে ৷ আহত ছাত্ৰজন হৈছে হৰজোৎ সিঙ৷ গুলীয়ে আঘাতত তেওৰ ভাৰিৰ হাড় ভাঙে ৷ চাৰিদিন পূৰ্বে সংঘটিত এই ঘটনাৰ বিষয়ে সদৰী কৰিছে…

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীক সহায়ৰ বাবে সাজু ৰাছিয়া

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীক সহায়ৰ বাবে সাজু ৰাছিয়া। ১৩০ খন বাছ সাজু ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে। খানকিভ আৰু ছুমীত আৱদ্ধ শিক্ষাৰ্থীক উদ্ধাৰ কৰিব ৰাছিয়াই। ৰাছিয়াৰ বেলগোৰোড অঞ্চললৈ স্থানান্তৰ কৰিব আৱদ্ধসকলক। এই কথা ৰাছিয়াৰ…

ৰুছ সেনাক প্ৰতিহত কৰিবলৈ ৰাজপথত জনতা

ৰাছিয়ান সেনাই ইউক্ৰেইনৰ কেবাটাও অঞ্চল ইতিমধ্যে নিজৰ দখললৈ নিছে ৷ ৰাজধানী কিয়েভৰ পৰা আহিছে ধাৰাবাহিক বিস্ফোৰণৰ খবৰ ৷ তাৰ মাজতে ইউক্ৰেইনে দাবী কৰিছে যে ৰুছ সেনাক প্ৰতিহত কৰিবলৈ দেশখনৰ বৃহৎ সংখ্যক জনতা ৰাজপথত নামি পৰিছে ৷ ইউক্ৰেইনৰ বিদেশ…

ইউক্ৰেইনৰ হাস্পতালতো ৰুছ সেনাৰ আক্ৰমণ

বিগত সাতদিন ধৰি ইউক্ৰেইনত অব্যাহত আছে ৰুছ সেনাৰ আক্ৰমণ ৷ এই আক্ৰমণত মূলত: লক্ষ্য কৰি লোৱা হৈছে ৰাজধানী কিয়েভ , খাৰ্কিবসহ কেবাখনো মুখ্য চহৰক ৷ আজি পুৱাই ৰুছ পেৰাছুটাৰ বাহিনীয়ে খাৰ্কিবৰ এখন চিকিৎসালয়ত আক্ৰমণ কৰে ৷ লগতে ৰুছ সেনাই খেৰ্ছোন চহৰতো…

মা, আমি ভয় খাইছো….: ৰাষ্ট্ৰসংঘত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতে পঢ়িলে ৰুছ সেনাৰ চিঠি

‘ মা , আমি এতিয়া ইউক্ৰেইনত ৷ ইয়াৰ পৰিস্থিতি খুবেই বেয়া ৷ ইয়াত সঁচাকৈ যুদ্ধ আৰম্ভ হৈছে ৷ আমি ভয় খাইছো ৷ একেসময়তে সকলো চহৰত বোমা নিক্ষেপ কৰিছো ৷ আনকি সাধাৰণ মানুহকো আক্ৰমণ কৰিছো ৷ আমাৰ খুউব কষ্ট হৈছে মা…৷’ সোমবাৰে ইউক্ৰেইন – ৰাছিয়াৰ যুদ্ধক…

হাস্পতালত অক্সিজেন শেষ হৈ আহিছে : ইউক্ৰেইনত ভয়াৱহ পৰিস্থিতি

আৰু মাত্ৰ ২৪ ঘন্টা ৷ তাৰ পাছতেই ইউক্ৰেইনৰ হা্পতালত বন্ধ হ’ব অক্সিজেনৰ সৰবৰাহ ৷ এই সতৰ্কবাৰ্তা জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থা(হু)ই ৷ হুৰ সতৰ্কবাৰ্তা অনুসৰি অক্সিজেন সৰবৰাহ বন্ধ হ’লে হাস্পতালসমূহত গুৰুতৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব আৰু ইয়াৰ ফলত…

যুদ্ধ : আৱদ্ধ ভাৰতীয়ক শীঘ্ৰে কিয়েভ ত্যাগৰ নিৰ্দেশ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক অতি শীঘ্ৰে ৰাজধানী চহৰখন এৰিবলৈ কোৱা হৈছে ৷ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হয় যে কিয়েভত ভাৰতীয়সকল যি পৰিস্থিতিতেই নাথাকক কিয় অতি শীঘ্ৰে চহৰখন এৰিব লাগে ৷…

ইউক্ৰেইনত ভাৰতীয়ৰ হাহাকাৰ : চাৰি কেন্দ্ৰীয় মন্ত্ৰীয়ে তদাৰক কৰিব উদ্ধাৰ অভিযানৰ

অৱশেষত সাৰ পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইউক্ৰেইনক আৱদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰক লৈ আজি এখন বিশেষ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি , কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিঙ পুৰী , জ্যোতিৰাদিত্য…

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কনয়ভয়ৰ গাড়ীৰ খুন্দাত বোকাখাতৰ এজন লোকৰ মৃত্যু

ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণত অঘটন। ৰামনাথ কোবিন্দৰ কনয়ভয়ৰ গাড়ীৰ খুন্দাত বোকাখাতৰ এজন লোকৰ মৃত্যু। বোকাখাতৰ মিলনপুৰৰ ৰামেশ্বৰ ৰবি দাসৰ মৃত্যু। ৰামেশ্বৰ ৰবি দাসৰ গাৰ ওপৰেৰে লৈ যায় ৰাষ্ট্ৰপতিগৰাকীৰ কনভয়ৰ ৩ খনকৈ বাহন। উল্লেখ্য যে, আজি…