Investigative reporting with dedication.

কিহৰ দাম বৃদ্ধি হৈছে?দাম বৃদ্ধি ক’ত হৈছে উদাহৰণ দিয়ক বুলি দম্ভালি মাৰিছিল সাংসদ কামাখ্যা প্ৰসাদ তাছাই। ধনী মানুহৰ দল বিজেপিৰ বাবে দেশত কতো মল্যবৃদ্ধি হোৱা নাই। দাম বৃদ্ধিৰ কথা সুধিলে সাংবাদিকক ওলোটাই ধমক সোধায় বিজেপি নেতাই। কিন্তু তথ্যই কয় যে সম্প্ৰতি মূল্যবৃদ্ধি নামি পৰিছে এক বৃহৎ প্ৰতিযোগিতাত। সৰ্বকালৰ সৰ্বাধিক হাৰত উপনীত হোৱাৰ এয়া যেন মূল্যবৃদ্ধিৰ এক বৃহৎ দৌৰ। আজিৰ The Cross Current explain ত চাওক বিজেপি নেতাৰ দম্ভালিৰ বিপৰীতে তথ্যই কি কয়?




