Tag #thecrosscurret

কাৰ্বি আংলঙৰ লাহৰিজানত চলিছে উচ্ছেদ

নৰেন শইকীয়া কাৰ্বি আংলঙ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পুণৰ আৰম্ভ হৈছে তৃতীয়টো উচ্ছেদ অভিযান ৷ ইতিমধ্যে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত লাহৰিজানত চলিছিল দুটাকৈ উচ্ছেদ অভিযান ৷ ২০ আৰু ২৪ ডিচেম্বৰত লাহৰিজানত চলিছিল অভিযান ৷ আজি পুৱাৰে পৰা লাহৰিজানৰ খান…

অমিত শ্বাহে কিয় মনত পেলাইছে সাম্প্ৰদায়িক সংঘৰ্ষৰ স্মৃতি?

উত্তৰ প্ৰদেশৰ ৰাজনীতিত মুজাফ্ফৰনগৰৰ সাম্প্ৰদায়িক সংঘৰ্ষক আকৌ এবাৰ জীৱন্ত কৰি তুলিবলৈ চেষ্টাৰ কাৰ্পন্য কৰা নাই বিজেপি দলে ৷ ২০১৩ ৰ আগষ্ট মাহত জাত আৰু মুছলমানৰ মাজত ভয়ানক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল ৷ তাৰ পাছৰে পৰা ক্ৰমাগতভাৱে জাতসকলে বিজেপি দলক ভোটদান কৰি…

মোদী চৰকাৰৰ বিৰুদ্ধে কিয় দেশদ্ৰোহৰ অভিযোগ আনিলে ৰাহুল গান্ধীয়ে ?

পেগাছাছ ছফটৱেৰ ব্যৱহাৰক লৈ মোদী চৰকাৰৰ বিৰুদ্ধে আকৌ এবাৰ আক্ৰমনাত্মক হৈ পৰিছে কংগ্ৰেছ দল৷ ২০১৭ চনতে ইজৰাইলৰ পৰা ভাৰতে চোৰাংছোৱা ছফটৱেৰ পেগাছাছ ক্ৰয় ক্ৰয় কৰা বুলি নিউয়ৰ্ক টাইমছত বাতৰি প্ৰকাশ পোৱাৰ পাছতে সংবাদমেল সম্বোধন কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা ৰাজ্যসভাৰ…

উত্তৰ প্ৰদেশ নহয়, গুজৰাটৰ ফলাফলহে আশ্চৰ্যকৰ হ’ব: কিয় ক’লে অখিলেশ যাদৱে ?

উত্তৰ প্ৰদেশত এইবাৰ সমাজবাদী পাৰ্টীৰ জোঁটবন্ধনৰ চৰকাৰ গঠন হ’ব বুলি গভীৰ আত্মবিশ্বাসী অখিলেশ যাদৱ ৷ সমাজবাদী পাৰ্টীৰ মুৰব্বীগৰাকীয়ে কয় যে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত কোনো আচৰিত হ’বলগীয়া ফলাফল নোলায় ৷ এই বছৰৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফলহে আশ্চৰ্যকৰ…

অসমীয়া অবিহনে এ পি এছ চিৰ মূল লিখিত পৰীক্ষা কেতিয়া ?

অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল লিখিত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে ৷ অসমীয়া বিষয়ৰ বাধ্যতামূলক প্ৰশ্নকাকত অবিহনে অহা ২১ ফেব্ৰুৱাৰীৰ পৰা মূল লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ৷ ২১ ফেব্ৰুৱাৰী , ২২ ফেব্ৰুৱাৰী , ২৩…

অসমে মেঘালয়ক গতাব ২ খন সত্ৰ, ২০ টা নামঘৰ: সত্ৰ মহাসভাই কি কয় ?

অসম- মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে অসম চৰকাৰে শেহতীয়াকৈ ভুমি হস্তান্তৰৰ এক চুক্তি স্বাক্ষৰ কৰিবলৈ আগবাঢ়িছে ৷ বিৰোধী দলসমূহে এই চুক্তিক একপক্ষীয় বুলি অভিহিত কৰিছে ৷ একেসময়তে অসম সত্ৰ মহাসভাই সদৰী কৰিছে যে এই চুক্তিৰ ফলত দুখন সত্ৰ আৰু ২০…

আৰোগ্য হ’ব ডায়েবেটিছৰ পৰা:হাভাৰ্ডৰ পৰা বিজ্ঞানী ৰুবুল মাউতে কি আশাৰ খবৰ দিলে?

ডায়েবেটিছ বা বহুমুত্ৰ ৰোগ আধুনিক জীৱনশৈলীৰ অংগ হৈ পৰিছে ৷ বহু সময়ত ই ঘাতক ৰোগতো পৰিণত হৈছে ৷ ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ যদিও ইয়াৰ পৰা আৰোগ্য হ’ব নোৱাৰি ৷ কিন্তু ইনছুলিন আৱিষ্কাৰ হোৱাৰ এশ বছৰ পাছত ডায়েবেটিছৰ পৰা সম্পূৰ্ণৰূপে…

‘নিওকোভ’ আহিছে : কিমান ভয়াৱহ ‘নিওকোভ’?

কোভিডৰ এক নতুন সংস্কৰণ “নিওকোভ”ৰ উপস্থিতি দক্ষিণ আফ্ৰিকাত ধৰা পৰা বুলি সদৰী কৰিছিল চীনৰ এদল বিজ্ঞানীয়ে ৷ তেওলোকৰ মতে বৰ্তমান কেৱল জীৱ- জন্তুৰ মাজত এই ভাইৰাছ সংক্ৰমিত হৈ আছে যদিও অদূৰ ভৱিষ্যতে ই ভয়াৱহ ৰুপ ল’ব পাৰে ৷ চীনৰ বিজ্ঞানীৰ…

মুখ্যমন্ত্রীৰ সভাত প্ৰৱেশ কৰিবলৈ নাপাই প্ৰতিবাদত বহিল ৰূপজ্যোতি কুৰ্মী

আজি দেৰগাঁৱত সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাত প্ৰৱেশ কৰিবলৈ নাপাই প্ৰতিবাদত বহিল ৰূপজ্যোতি কুৰ্মী। মুখ্যমন্ত্রীৰ সুৰক্ষা বাহিনীয়ে প্ৰৱেশ কৰিবলৈ নিদিলে মৰিয়নি সমষ্টিৰ বিধায়ক কুৰ্মীক। আনহাতে দেৰগাঁও সমষ্টিৰে অগপ দলৰ বিধায়ক ভবেন্দ্রনাথ…

আজি কীর্তিকমলৰ অস্ত্ৰোপ্ৰচাৰ

ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰা নগাঁও এনকাউণ্টাৰ ঘটনাৰ আৰম্ভ হৈছে তদন্ত। আজি এই সম্পর্কত অনুষ্ঠিত হব শুনানী৷ এই শুনানি ২ বজাৰ পৰা বিয়লি ৪ বজালৈ চলিব। শুনানি গ্ৰহণৰ বাবে ইতিমধ্যে নগাঁও আৱৰ্ত ভৱনত উপস্থিত অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰ। আনফালে, GMCH…