আজি কীর্তিকমলৰ অস্ত্ৰোপ্ৰচাৰ

Share This Article

ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰা নগাঁও এনকাউণ্টাৰ ঘটনাৰ আৰম্ভ হৈছে তদন্ত। আজি এই সম্পর্কত অনুষ্ঠিত হব শুনানী৷ এই শুনানি ২ বজাৰ পৰা বিয়লি ৪ বজালৈ চলিব। শুনানি গ্ৰহণৰ বাবে ইতিমধ্যে নগাঁও আৱৰ্ত ভৱনত উপস্থিত অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰ।
আনফালে, GMCH ত চিকিৎসাধীন হৈ থকা গুলীবিদ্ধ হোৱা কীৰ্তিকমল বৰাৰ আজি অস্ত্ৰোপচাৰ । চিকিৎসক ড০ পৰাগজ্যোতি গগৈৰ নেতৃত্বত চলিছে এই অস্ত্ৰোপচাৰ। অস্ত্ৰোপচাৰ কৰি ১০-১৫ দিন GMCH ত ৰখা হব কীৰ্তি কমল বৰাক ৷কীৰ্তিকমলৰ চিকিৎসাৰ সকলো খৰচ বহন কৰিছে ৰাজ্য চৰকাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.