চন্দ্ৰ শেখৰ আজাদে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কৰিব প্ৰতিদ্বন্দিতা

আগন্তক বিধানসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ গোৰখপুৰ সমষ্টিৰ পৰা ভীম সেনাৰ মুৰব্বী চন্দ্ৰ শেখৰ আজাদে প্ৰতিদ্বন্দিতা কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কৰিব প্ৰতিদ্বন্দিতা। আজি আজাদ সমাজ পাৰ্টিয়ে(এএছপি)এই কথা ঘোষণা কৰে। আজাদ সমাজ পাৰ্টিয়ে ছ’চিয়েল মিডিয়াৰ এক বিবৃতিত কয়, ‘বহুজন…









