সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ঘৃণাৰ প্ৰচাৰত কিয় ধন বিনিয়োগ কৰিছে আম্বানীয়ে ?

ভাৰতীয় সংবাদ মাধ্যমৰ আত্মসমৰ্পনৰ কাহিনী নিশ্চয় আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ বিশেষকৈ দেশত বিজেপি শাসনলৈ অহাৰ পাছৰে পৰা মূলসুঁতিৰ প্ৰায়বোৰ সংবাদ মাধ্যম হৈ পৰিল চৰকাৰৰ সমৰ্থক ৷ সমৰ্থক ছেটেলাইট চেনেলবোৰ লাহে লাহে প্ৰশংসকত পৰিণত হ’ল ৷ তাৰ পাছত সেই চেনেলসমূহে এতিয়া দেশত বিয়পাবলৈ আৰম্ভ কৰিছে সাম্প্ৰদায়িক বিষবাষ্প ৷ এই প্ৰতিযোগিতাত এতিয়া নামি পৰিছে মুকেশ আম্বানীৰ দৰে ধনাঢ্য ব্যক্তি ৷ আম্বানী মালিকানাধীন চেনেল সাম্প্ৰদায়িক প্ৰচাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সাংসদ গৌৰৱ গগৈ ৷ এই বিষয়ে সবিশেষ চাওঁক আমাৰ এই প্ৰতিবেদনত-

- Donation -

Leave A Reply

Your email address will not be published.