আগন্তুক গণৰাজ্য দিৱস উপলক্ষে নতুন SOP জাৰি

Share This Article

আগন্তুক গণৰাজ্য দিৱস উপলক্ষে নতুন SOP জাৰি। SOPৰ নিয়ম অনুসৰিহে পালন কৰিব লাগিব ৰাজ্যবাসীয়ে গণৰাজ্য দিৱস। –

*ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু অতিথিৰ ভাষণত থাকিব সীমাবদ্ধতা
* গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ উদযাপনত সৰ্বাধিক ১০০০ জন লোক উপস্থিত থাকিব পাৰিব
*জিলা পৰ্যায়ত ৫০০ জন লোক উপস্থিত থাকিব পাৰিব
*আনসমূহ ঠাইত সৰ্বাধিক ২০০ লোক উপস্থিত থাকিব পাৰিব
*সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী অনুষ্ঠান বাতিলৰ নিৰ্দেশ
*পেৰেডত ভাগ ল’ব নোৱাৰিব শিশুৱে
*অনুষ্ঠানত নিৰাপত্তাৰক্ষীৰ থাকিব পেৰেড
*দুপালি ভেকছিন লোৱা নিৰাপত্তাৰক্ষীহে কৰিব পাৰিব পেৰেড
*ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.