সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

akhilgogoi

ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাত বাধা হ’ল কোন দুই নেতা ?ক’লে অখিল গগৈয়ে

সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ বাবেই বিগত বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধ হ’ব নোৱাৰিলে ৰাইজৰ দল আৰু কংগ্ৰেছ ৷ নতুন দিল্লীত এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ তেও কয় – বিগত নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলে…

অখিল গগৈ আকৌ দিল্লীলৈ কিয় ?

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ শণিবাৰে পুণৰ ৰাওনা হৈছে নতুন দিল্লীলৈ ৷ তিনিটা দিনৰ  ভ্ৰমণসূচীৰে তেও দুপৰীয়াৰ ভাগত নতুন দিল্লীত উপস্থিত হৈছে ৷ জানিব পৰা মতে , অখিল গগৈয়ে নতুন দিল্লীত ভোট কুশলী প্ৰশান্ত কিশোৰ আৰু তৃণমূল…

পট পৰিৱৰ্তন : এ আই ইউ ডি এফক এৰি ৰাইজৰ দলৰে কংগ্ৰেছৰ মিত্ৰতা !

বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন হোৱা কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট উপ – নিৰ্বাচনৰ পূৰ্বে ভংগ হোৱাৰ উপক্ৰম হৈছে ৷ মূলত: এ আই ইউ ডি এফ দলৰ একাংশ নেতাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ প্ৰশংসা কৰাক লৈয়ে অসন্তুষ্ট হৈ পৰিছে কংগ্ৰেছ দল ৷…

গো-সুৰক্ষা বিধেয়ক আৰু গো-পালকৰ আৰ্থ-সামাজিক বিপৰ্যয়

যোৱা ১৯ আগষ্ট তাৰিখে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক ধেমাজি জিলাৰ জোনাই মহকুমাৰ গো-পালকৰ প্ৰায় এশজনীয়া এটি সঁজাতি দলে সাক্ষাৎ কৰে। গো-ৰক্ষক নজৰদাৰীৰ উপদ্ৰৱ, প্ৰশাসনৰ পক্ষপাতমূলক ভূমিকা তথা শেহতীয়া গো-সুৰক্ষা আইনৰ কাৰচাজিয়ে…

শিৱসাগৰৰ হোটেলত নিশা কি কথা পাতিলে অখিল গগৈ আৰু ভূপেন বৰাই ?

উপ- নিৰ্বাচনৰ প্ৰাকক্ষণত শিৱসাগৰত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷সোমবাৰে নিশা শিৱসাগৰৰ এখন হোটেলত দুয়োটা দলৰ নেতা দুগৰাকীয়ে প্ৰায় দুঘন্টা সময় ধৰি আলোচনা কৰে ৷ এই আলোচনাত…

মমতা – অখিলৰ আলোচনাৰ মাজত প্ৰশান্ত কিশোৰ সোমাল কিয় ?

তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰে  ইতিমধ্যে তিনি লানি আলোচনাত মিলিত হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷প্ৰতিবাৰেই তেওক ৰাজ আতিথ্যৰে লৈ যোৱা হৈছে কলকাতালৈ ৷ পশ্চিমবংগৰ কালীঘাটত থকা কাৰ্যালয়ত তৃণমূলৰ শীৰ্ষ নেতৃত্বৰে কেবাখনো বৈঠকত…

এডভান্টেজ আছাম : ১ লাখ কৌটি বিনিয়োগৰ কথা আছিল , প্ৰকৃততে বিনিয়োগ হ’ল কিমান ?

২০১৮ চনৰ ৩ আৰু ৪ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হৈছিল ‘এডভান্টেজ আছাম’ শীর্ষক এক বিনিয়োগৰ অনুষ্ঠান৷ ‘এডভান্টেজ আছাম’ৰ প্ৰতি লক্ষ্য ৰাখিয়েই গুৱাহাটীক দিয়া হৈছিল এক অনন্য ৰূপ৷ৰং বিৰঙৰ পোহৰেৰে জিলিকি উঠিছিল গুৱাহাটীৰ ৰাজপথ৷তাৰ বাবে ব্যয় কৰা…

অখিলক লৈ তৃণমূলৰ কি বিশেষ পৰিকল্পনা : ‘আনন্দ বজাৰ পত্ৰিকা’ত সবিশেষ খবৰ

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ দুলানি বৈঠক সন্দৰ্ভত ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে ৷ অখিল গগৈয়ে দুবাৰকৈ কলকাতালৈ গৈ তৃণমূলৰ নেতৃত্বৰে আলোচনাত মিলিত হোৱাৰ কথা ইতিমধ্যে স্বীকাৰ…

কিয় গোপনে মমতা বেনাৰ্জীক সাক্ষাৎ অখিলৰ ?

মঙলবাৰে পুৱাই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক দেখা গ'ল বৰঝাৰ বিমান বন্দৰত ৷ লগত দুগৰাকী সতীৰ্থ ৷  বিমান বন্দৰত অখিল গগৈৰ লগত এখন ফটো উঠিলে এগৰাকী মিজো মহিলাই ৷ এই ফটো কিছু সময়ৰ ভিতৰতে ছোচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিল ৷…

নতুন পঞ্চায়ত কৰক লৈ অখিলৰ হুংকাৰ : আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ’ব

আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ'ব , আকৌ ফুলগুৰিৰ ধেৱা হ'ব ৷ - গাঁৱত ঘৰ সাজিলেও কৰ দিয়াৰ নতুন নীতি ঘোষণা কৰাৰ পাছতে এইদৰে গৰজি উঠিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ আজি বিধানসভা চৌহদত সাংবাদিকৰ আগত তেও কয় যে বিজেপি চৰকাৰে অসমীয়া জাতিক…