সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

akhilgogoi

অসমৰ ৬৯০ বৰ্গ কিঃমিঃ ভূমি চুবুৰীয়া ৰাজ্যক এৰি দিবনে অসমবাসীয়ে?

অসমৰ ৬৯০ বর্গ কিলোমিটাৰ ভূমি চুবুৰীয়া ৰাজ্যক এৰি দিবনে অসমবাসীয়ে? এই শিৰোনামাৰেই অসমবাসীলৈ এখন মুকলি চিঠি লিখিছে অখিল গগৈয়ে৷ চিঠিখনৰ হুবহু তলত আগবঢ়াইছোঁ৷ শ্রদ্ধেয় অসমবাসী ৰাইজ, প্রথমে মোৰ সেৱা গ্ৰহণ কৰিব। এটি জৰুৰী বিষয়ত আপোনালোকলৈ…

উপ-নিৰ্বাচন সন্দৰ্ভত কি ক’লে অখিল গগৈয়ে?

◆ উপ-নিৰ্বাচনক লৈ বিধায়ক অখিল গগৈৰ সংবাদমেল ◆ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ নামত চৰকাৰৰ প্ৰৱঞ্চনাৰ অভিযোগ ◆ ঋণ মাফ কৰিম বুলি কৈ ২৫ হাজাৰ টকাৰ সাহাৰ্য্য চৰকাৰৰ ◆ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পৰা ফালৰি কাটিছে মুখ্যমন্ত্ৰীয়ে

শ্বহীদক লৈ কৰা শ্বেৰমান আলীৰ মন্তব্য আমাৰ গ্ৰহণযোগ্য নহয়ঃ অখিল গগৈ

শ্বহীদক লৈ বিধায়ক শ্বেৰমান আলীৰ মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যত বৰ্তমানো অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে শ্বেৰমান আলীৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈছে বিধায়ক অখিল গগৈ। লগতে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক তুলা-ধূনা দি অখিল গগৈয়ে আলীক এই…

বিধানসভা উপ-নিৰ্বাচনত থাওৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব ধৈৰ্য কোঁৱৰঃ অখিল গগৈ

ৰাজ্যত সমাগত বিধানসভাৰ উপ-নিৰ্বাচন। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত দুজনকৈ কংগ্ৰেছী বিধায়ক আৰু এগৰাকী AIUDF দলৰ বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিলে। তদুপৰি দুগৰাকীকৈ বিধায়কৰ আকস্মিক মৃত্যু আৰু সৰ্বানন্দ…

আজি দিল্লীত অখিল গগৈ- ভূপেন বৰা – জিতেন্দ্ৰ সিঙৰ বৈঠকত কি সিদ্ধান্ত হ’ব ?

বৃহস্পতিবাৰে দিল্লীত অসমৰ বিৰোধী ৰাজনৈতিক শিবিৰৰ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱণা আছে ৷ এ আই ইউ ডি এফৰ লগত মিত্ৰতা ভংগ কৰাৰ পাছত আজি প্ৰথমবাৰৰ বাবে দিল্লীত উপস্থিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ তেও এ আই চি চিৰ সাধাৰণ…

ৰাহুল গান্ধীৰে কি কথা পাতিলে অখিল গগৈয়ে ?

বুধবাৰে বিয়লি প্ৰায় ৫.৪৫ বজাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত মূলত: উপ –নিৰ্বাচন আৰু আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় ৷ ২১ , টোঘলক লেনত থকা ৰাহুল…

ৰাহুল গান্ধী – অখিল গগৈৰ বৈঠকত আজি কি আলোচনা হ’ব ?

এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতা ভংগৰ পাছত দ্ৰুতগতিত সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ এইবাৰ মহাজোঁটৰ ক্ৰমাৎ কাষ চাপিছে ৰাইজৰ দল ৷ মঙলবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হয় ৰাইজৰ…

কংগ্ৰেছক অভিনন্দন জনাই কি ক’লে অখিল গগৈয়ে ?

এ আই ইউ ডি এফৰে মিত্ৰতা ত্যাগ কৰাৰ পাছত কংগ্ৰেছ দলক অভিনন্দন জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ নতুন দিল্লীত সাংবাদিকৰ আগত তেও কয় যে কংগ্ৰেছ দলে এটা অতি সাহসী সিদ্ধান্ত লৈছে ৷ তাৰ বাবে এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু…

কংগ্ৰেছ হাইকামাণ্ডৰে বৈঠকত বহিল অখিল গগৈ

এ আই ইউ ডি এফৰে মিত্ৰতা ভংগ হোৱাৰ পাছতে কংগ্ৰেছ হাইকামাণ্ডৰে বৈঠকত বহিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ তেও মঙলবাৰে পুৱাই এ আই চি চিৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকৰ সৈতে প্ৰায় এঘন্টা সময় অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি…

সোমবাৰে নতুন দিল্লীত কাক সাক্ষাৎ কৰিলে অখিল গগৈয়ে ?

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নতুন দিল্লীত ৷ প্ৰশান্ত কিশোৰ , পীয়ূষ হাজৰিকাৰ সৈতে অখিল গগৈৰ সাক্ষাতে ইতিমধ্যে সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ৷ সোমবাৰে অখিল গগৈ বিহাৰৰ প্ৰধান বিৰোধী দল আৰ জে ডিৰ সাংসদ তথা মুখপাত্ৰ মনোজ ঝাৰ সৈতে এখন দীঘলীয়া…