সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আৰম্ভ হ’ল দেউৰী সাহিত্য সভা

উদুলি মুদুলি ডম্বৰুধৰ দেউৰী ক্ষেত্ৰ। আজিৰে পৰা তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৩৫ সংখ্যক দেউৰী সাহিত্য সভাৰ অধিবেশন। অধিবেশন উপলক্ষে প্ৰকাশ পাব ২৩ খনকৈ গ্ৰন্থ, আলোচনা চক্ৰ, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, সাংস্কৃতিক…

ঐক্যবদ্ধ হ’ব কোচ ৰাজবংশী !

বঙাইগাঁও প্ৰেছ ক্লাবত দুই আক্ৰাছু (বলোৰাম গোট আৰু ক্ষীতিশ গোট) এ যৌথ ভাৱে শুকুৰবাৰে সংবাদ মেল আয়োজন কৰে ।আগন্তুক ৫১৩ তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস ধুবুৰী জিলাৰ শালকোচাত দুই আক্ৰাছু গোটে যৌথ ভাৱে অহা ৫ ফেব্ৰুৱাৰীত উদযাপন কৰাৰ কথা ঘোষণা…

পৰীক্ষা আহিল, শিক্ষাৰ্থীৰ লগত বহিল প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে 'পৰীক্ষা পে চৰ্চা' অনুষ্ঠানত অংশগ্ৰহণ কৰে।দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত এই অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷দুঘণ্টীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছাত্ৰছাত্ৰীৰ প্ৰতিটো প্ৰশ্নৰ…

টকাৰ খকেই প্ৰাণ ল’লে ১৩৫ জনৰ

বিগত অক্টোবৰ মাহত গুজৰাটৰ মৰ্বীত হোৱা ভয়ংকৰ দুৰ্ঘটনাত প্ৰায় ১৩৫ জনতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছিল।শুকুৰবাৰে মৰ্বী সত্ৰ ন্যায়ালয়ত উপ আৰক্ষী অধীক্ষক পি এছ জালাই ১,২৬২ পৃষ্ঠাৰ শ্বাৰ্জশ্বীট দাখিল কৰে।শ্বাৰ্জশ্বীটত অ’ৰেভা গ্ৰুপৰ জয়সুখ পেটেলৰ…

অথলে যাব নেকি ‘ভাৰত জোড়ো’ ?

অহা সোমবাৰে শ্ৰীনগৰত অন্ত পৰিব ভাৰত জোড়ো যাত্ৰাৰ।বিগত ৭ ছেপ্তেম্বৰত কন্যাকুমাৰীত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰিব অহা ৩০ জানুৱাৰীত।এই ৰেলীৰ জৰিয়তে বিৰোধীৰ একতা প্ৰতিপন্ন কৰাৰ লগতে সাধাৰণ জনতাৰ লগত মত বিনিময় কৰি তেওঁলোকৰ সমস্যা সমূহৰ…

বিজেপিৰ দিন উকলিব নেকি কৰ্ণাটকত?

চলিত বৰ্ষৰ শেষৰফালে অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন।নিৰ্বাচনৰ বাবে দলটোৱে চলাইছে প্ৰস্তুতি৷তাৰেই অংশ হিচাপে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মায়ে মন্দ্যা জিলাৰ ইনচাৰ্জ মিনিষ্টাৰ হিচাপে নিযুক্তি দিছে ৰাজহ মন্ত্ৰী আৰ অশোকক।মন্দ্যা…

‘২৪চনত কি হ’ব প্ৰধানমন্ত্ৰী মোডীৰ ভৱিষ্যত?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিৰ মিত্ৰজোঁট চৰকাৰে সম্পূৰ্ণ কৰিলে প্ৰায় ৯ টাকৈ বছৰ।আজিৰ তাৰিখত যদি লোকসভা নিৰ্বাচন অনুষ্ঠিত হয়,তেন্তে বিজেপি মিত্ৰজোঁটে কিমানখন আসন লাভ কৰিব? এই বিষয়ক লৈ ইণ্ডিয়া টুডে চলাইছিল এক সমীক্ষা।সমীক্ষাত…

বিটিআৰে পাব ৬০ খন গাঁও

BTR ত নতুনকৈ অন্তৰ্ভুক্ত হব ৬০খন গাওঁ ।গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই ওদালগুৰিৰ বড়ো সমাজত আনন্দৰ বন্যা।মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি এবছুৰ সভাপতি দ্বীপেন বড়োৰ।মুখ্যমন্ত্ৰীয়ে বিটিআৰ চুক্তিৰ মূল দফা দুটা কাৰ্যকৰী কৰাৰ ব্যৱস্থা…

সৰস্বতী পূজাত পিঠাৰে আপ্যায়ন শিক্ষাৰ্থীক

হাওৰাঘাটত এজাক কণমানিৰ ব্যতিক্ৰমী প্ৰয়াস ।ব্যৱহাৰিক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান শংকৰদেৱ বিদ্যা নিকেতনৰ ।জীৱনত সফলতা অৰ্জনৰ বাবে কেৱল পাঠ্যক্ৰমৰ শিক্ষাই পৰ্যাপ্ত নহয়। সফলতাৰ বাবে প্ৰয়োজন বহুমুখী শিক্ষাৰ। তাৰেই এক আখৰা দেখা গ'ল হাওৰাঘাট…

বহি খোৱাৰ দিন আহিল নিবনুৱাৰ

২০১৮ চনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰাখিলে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে।যিটো প্ৰতিশ্ৰুতিৰ বাবে ১৫ বছৰ পিছত ক্ষমতালৈ আহিছিল কংগ্ৰেছ দল,সেই প্ৰতিশ্ৰুতিকেই বাস্তৱ ৰূপ দিব এইবাৰ বাঘেল চৰকাৰে।গণতন্ত্ৰ দিৱসৰ দিনাই মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিলে…