নাম সলনি হ’ব ‘ইডেন গাৰ্ডেন’ৰ?

ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নাম সলনি কৰাৰ পিছত পুনৰ মোগলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি নেতা শুভেন্দু অধিকাৰী।পশ্চিম বংগৰ বিৰোধী নেতা শুভেন্দু অধিকাৰীয়ে কয় ‘ মোগলক পুলিয়ে পোখাই উভালি দলিয়াই পেলোৱা উচিত।’বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে কয়” মোগলে বহুত মন্দিৰ ধ্বংস…

৪০ জনৰ প্ৰাণ গ’ল দুৰ্ঘটনাত

পাকিস্তানত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।কুৱেটাৰ পৰা কৰাছীলৈ ৪৮ জন যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ দেওবাৰে দুৰ্ঘটনাত পতিত হোৱাৰ ফলত অতি কমেও ৪০ জন যাত্ৰীৰ মৃত্যু হৈছে।লাজবেলাৰ অতিৰিক্ত আয়ুক্ত হামজা অঞ্জুমে কয় “ অত্যধিক গতিত গৈ থকা বাছখনে এখন দলঙৰ খুঁটাত…

বিৰোধীৰ ঐক্যত চেচাঁপানী

ভাৰত জোড়ো যাত্ৰাৰ  আজি অন্ত পৰিব। এই অন্তিম দিনৰ কাৰ্যসূচীত মুঠ ১২ টা বিৰোধী দলে অংশ ল’ব।উল্লেখ্য যে ‘ভাৰত জোড়ো’ৰ অন্তিম কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে মুঠ ২১টা দলক আমন্ত্ৰণ জনোৱা হৈছিল।ইয়াৰে বেছি সংখ্যক দলেই নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এই…

মোডী-মালিয়াৰ বাটেই ল’ব আদানিয়ে !

হিন্দেনবাৰ্গ ৰিপৰ্টৰ পিছত দেশৰ অৰ্থনীতিত উঠিছে ভয়ংকৰ কঁপনি।বিশেষকৈ এলআইচিৰ ভবিষ্যতক লৈ সন্দিহান হৈছে দেশৰ অৰ্থনীতিবিদৰ লগতে শ্বেয়াৰ মাৰ্কেটৰ এক্সপাৰ্টসকল।বিগত দুটা দিন শ্বেয়াৰ মাৰ্কেট বন্ধ থকাৰ বাবে আদানীৰ কোম্পানীৰ শ্বেয়াৰ কিমানলৈ নামিব পাৰে তাৰ সঠিক ধাৰণা কৰিব পৰা নাই যদিও এলআইচিত…

এনকাউণ্টাৰ : যিবোৰ প্ৰশ্নৰ উত্তৰ নিদিলে উচ্চ ন্যায়ালয়ে

  ভুৱা এনকাউণ্টাৰৰ ঘটনাৰ উচিত তদন্ত বিচাৰি অধিবক্তা আৰিফ জৱাদ্দাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন খাৰিজ কৰি দিয়ে ন্যায়ালয়ে ৷ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনক ‘অপৈনত’ আখ্যা দি ন্যায়ালয়ে এই আবেদনখন খাৰিজ কৰি দিয়ে ৷ কিন্তু ন্যায়ালয়ৰ ৰায়দানত প্ৰতিফলিত হৈছে কেবাটাও…

পুনৰ তেজৰ ফাকু জেৰুজালেম

পূব জেৰুজালেমত অৱস্থিত এটা ছিনাগগত শুকুৰবাৰে সংঘটিত গুলীচালনাত অতি কমেও ৮ জন লোক নিহত হয়।শুকুৰবাৰে বিয়লিৰ ভাগত সংঘটিত এই ঘটনাক প্ৰথম অৱস্থাত সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি ধাৰণা কৰা হৈছিল যদিও পিছত এজন বন্দুকধাৰীয়ে এই আক্ৰমণ সংঘটিত কৰাৰ বিষয়টো স্পষ্ট হয়।পূব জেৰুজালেমৰ…

জিনজিয়াত হত্যাকাণ্ড

নিশা বিহালীৰ জিনজিয়াৰ বৰজাৰণীৰ সমীপৰ জিনজিয়া চাহ বাগিছাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। প্ৰায় ৩৮বছৰীয়া মুছলিম মুল্লা নামৰ ব্যক্তিগৰাকীয়ে নিশা ২নং বৰজাৰণীৰ নিজৰ ঘৰলৈ চাইকেলৰে গৈ থকা অৱস্থাত কোনো অচিনাকি দুৰ্বৃত্তই নৃশংস ভাৱে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে ।ইতিমধ্যে জিনজিয়া…

অগ্নিকাণ্ডত মৃত্যু চিকিৎসক সহ ৰোগীৰ

ঝাৰখাণ্ডৰ ধানবাদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।শুকুৰবাৰে নিশা পুৰণা বজাৰৰ হাজাৰা হস্পিটেলতৰ দ্বিতীয় মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।অগ্নিকাণ্ডটোত অতি কমেও ৬ জন লোকৰ মৃত্যু হৈছে।ঘটনাস্থলীৰ পৰা ইতিমধ্যে ৯ জন লোকক উদ্ধাৰ কৰা হৈছে।নিহত সকলৰ ভিতৰত এহাল চিকিৎসক দম্পতীও আছে।ডাক্তৰ বিকাশ হাজৰা…

উখল মাখল বড়োলেণ্ড পথাৰ ওদালগুৰিৰ ৰৌতাত আজিৰে পৰা আৰম্ভ এবছুৰ ৫৫ সংখ্যক অধিবেশন।

ওদালগুৰিৰ ৰৌতাৰ বড়োলেণ্ড পথাৰত আজিৰে পৰা আৰম্ভ হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৫ সংখ্যক বাৰ্ষিক অধিবেশন। এক হেজাৰ বিঘা ভূমি সামৰি মূল পেন্দেলৰ লগতে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ।৩০ খন জিলাৰ পাঁচ হেজাৰ এবছু প্ৰতিনিধিৰ লগতে এক লাখৰ…

মে-ডাম-মে-ফীৰ আয়োজন শিৱসাগৰত

অহা ৩১ জানুৱাৰী আৰু এক ফ্ৰেব্ৰুৱাৰীত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত উদযাপন কৰা হ’ব মে-ডাম-মে ফী।বৃহত্তৰ ৰংপুৰ মে-ডাম-মেফি উদযাপন সমিতিৰ উদ্যোগত উদযাপন কৰিবলগীয়া মে- ডাম- মেফিৰ মূল মণ্ডপৰ শুকুৰবাৰে লাইখুঁটা স্থাপন কৰা হয়।উদযাপন সমিতিৰ মুখ্য সম্পাদক বসন্ত গগৈকে ধৰি প্ৰায়বিলাক বিষয়ববীয়া উপস্থিত…